সমললৈ যাওক

পৃষ্ঠা:শ্ৰীক্ষেত্ৰ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
শ্ৰীক্ষেত্ৰ



৫। জন্মাষ্টমী ভাদ মাহৰ কৃষ্ণা অষ্টমীত জগন্নাথৰ জন্মোৎসৱ উপলক্ষে জন্মাষ্টমী হয়।

৬। ৰাসযাত্ৰা—কাতি মাহৰ পূৰ্ণিমা তিথিত জগন্নাথৰ ৰাসযাত্ৰা হয়।

৭। দৌলযাত্ৰা— ফাগুণ মাহৰ পূৰ্ণিমা তিথিত দৌলযাত্ৰা হয়।