পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৭ ওপজী-কৃষ্ণ। গোপনে নি, মথুৰাৰপৰা যোজনাস্তৰত গোকুলত গোপৰাজ নৰ ঘৰত পলুৱাই থৈ আহেগৈ। সেই অৱধি গোপৰাজ নৰ আৰু তেওঁৰ পত্নী গোপিনীৰাণী যশোদাৰ যত্ন আৰু চেনেহ-আপডালত কৃষ্ণ ডাঙ্গ- দীঘল হয়। গতিকে, বয়সত বুজন হৈ সুঠালৈকে, কৃষ্ণই নন্দযশো- দাকে তেওঁৰ আচল পিতৃ-মাতৃ বুলি ভাবিছিল; কিয়নো পৃথিবীত চকু মেলিয়েই তেওঁ যশোদাত মাতৃমুখ আৰু নন্দত পিতৃমুখ দেখা পায়।