পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শ্ৰীকৃষ্ণ ২০

গােকুলৰ পােপৰাজ্যত এখনি মহৎ অন্তঃকৰ বিচাৰি পােৱা গল,তেওঁ আন নহয়, গােপৰাজ নন। নন্দৰাজ সেই মহাত্যাগৰ অর্থে সাজু ইল। দৈৱকীৰ অষ্টম গৰ্ভধানৰ সমসাময়িককৈ নদপত্নী ব্রজেশ্বৰী যশােদা ৰাণীৰৰ গৰ্ভধান হৈছিল। আৰু, বিধিৰ বিধান অনুযায়ী, সেই একে ৰাতিয়েই ইফালে দৈৱকী দেবীৰ অষ্টম পুত্রসন্তান আৰু সিফালে বশােদা ৰাণীৰ এটি কন্যা-সন্তানৰ (১) জন্ম হন।
 (১) প Tণাদিত এই কন্যাটি যোগমায়া ৰূপে অভি হত। সেইমতে, ভগবান শ্রীকৃষ্ণ যোগমায়া সততে আৰু সৰ্বত্ৰতে যোগ অছিল। পৃথিবীত জন্মগ্রহণ। ॥দন। দুধ দুঠাইত এক সমযতে ভূমিষ্ঠ হৈ, সলনি হৈ যায়। বাসমঞ্চতত ৭ মিযি : সৈতে বেগ হৈ আছিল। যতে কৃষ্ণ, ততে যােগমায। “শ্রী” ৰূণ (তৈ, “শ্রীকৃষ্ণ” হ্য। যেনে-

“যদুনাং নিজনাথানাং যােগায়াং সমাদিশৎ।
গচ্ছ দেবি ব্ৰজং ভদ্রে গােপগােভিৰস্কৃতং ।”
অথাহমংশভাগেন দেবক্যাঃ পুত্রং শুতে।
স্প্যামি ত্বং যােদায়াং নপাং ভবিষ্যসি।”


 -শ্রীমদ্ভাগবত, দশম স্কন্ধ, ২য় অধ্যা, ৩— প্লোকা।