পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫ কং। মৰম। আন কি, দৈৱকীৰ আনন্দ অৰ্থে দুৰ্দান্ত কংসই নিজৰ পাশৱিক প্ৰিয়কাৰ্যৰপৰাও সময়ত ক্ষান্ত হোৱাৰ পটন্তৰ পোৱা যায়। দৈৱকীৰ বিয়াত কংসৰ মহা আনন্দ মিলিল। বিশেষকৈ সমান মৰ্য্যাদাৰ একে যাবংশী সেই কালৰ মহা প্ৰতাপী বৃষ্টি ফৈদৰ প্ৰখ্যাত কোৱৰ বসুদেৱলৈ নেহৰ ভনীয়েক দৈৱকীক বিন্ন দিবলৈ পাই কংসৰ মনত অহঙ্কাৰৰ সীমা নেহোৱা হল। বিয়া-সংক্ৰান্ত সকলো লাগতিয়াল আৰু দেখনীয়া কাম-বন কংসই স্বয়ং সম্পাদন কৰিহে সুখ পাইছিল। গতিকে, বিষাৰ সামৰণিত দৰা-কাক দৰাৰ ঘৰলৈ শোত যাত্ৰা কৰাওঁতে কংসই নিজে ৰথৰ বাঘজৰী ধৰি সাৰথিৰ বাব লৈছিল। ৰাজ আলিৰ দুয়োকাষে অসংখ্যাত দৰ্শকবৃনৰ মাজেদি মহা আড়ম্বৰেৰে আৰু পৰম উলাহেৰে কংসই ৰথ চলাই নিছে, বিবিধ বিবাহ-বাদনৰ ধ্বনি গগন ভেদি উঠিছে, দুশাৰী যোজনব্যাপী আলিকাষৰীয়া দৰ্শকবৃন্দৰ সৰল অন্তৰৰপৰা ব্যক্ত হোৱা আশীৰ্বাদৰ উৰ্দ্ধাধো ৰাৱে আকাশ-পাতাল টাকি পেলাইছে, এনেতে অকস্মাৎ সেই সম্মিলিত ৰাইজৰ ৰাৱ তল পেলাই এই বুলি এটা হৃৎপিণ্ড কঁপোৱা গিৰ্জনি মিৰ নিৰকৈ উঠিল, “যাৰ বিয়াত অবোধ কংস আনন্দত ইমান উধাও হৈছে, সেই দৈৱকীৰ অষ্টম গৰ্ভজাত সন্তানৰ হাততে কংসৰ ধ্বংস! (১)”। সেই (১) “হৰিবংশ”, বিষ্ণুপুৰাণ, শ্ৰীমদ্ভাগৱত আৰু আন আন পুৰাণত এই গিৰ্জনিক আকাশী বাণী বা দৈববাণ বোলা হৈহে। পুবাদিৰ সেই ৰাখ্যা সমুলঞ্চে অমূলক নহয়। কিয়নো, যাৰ উৎপত্তিস্থল অঙ্গ, তাকে কী বুলি পাবি। অৰ্থাৎ, আকাশৰ অস্তিত্ব দেখা পোৱা নাযায়, সি শূন্যময় গতিকে আকাশসদৃশ, শবদক ‘আকাশী বাণী বোলা অসঙ্গত নহয়। সেই সূতে ধৰি, অপ্ৰত্যক্ষ মূলৰপৰা ব্যক্ত হোৱা বাণীক দৈববাণীও বলা যায়। সেই দিনা কৰাৰ শোভাযাত্ৰাত এনভাৰ চিৰ তেদি সেই অভিশাপচক গিনি কাৰ পৰা ওল