পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK CAREFULLY. শ্ৰীকৃষ্ণ। লীলাত আপুনি মুগ্ধ (১) হোৱাৰ সদৃশে, যৌৱনলীলাক্ষেত্ৰত অৱতীৰ্ণ হৈ গজলীয়া সিংহৰ দৰে বল-বীৰ্য্য দেখুৱাই মথুৰাবাসীক চমক লগোৱাৰ লগে লগে আপোনাৰ লীলাত আপুনি মোহিত হয়হি হে লাগে, মাজতে দুদিন মাথোন। আদ্যলীলা খণ্ড সমাপ্ত। (১) আদ্যলীলাভাগত ভগবান শ্ৰীকৃষ্ণই এজবাসীগণক মধুৰ বাল্যলীলা দেখুৱাওঁতে মু সিংহশিশুৰ সদৃশে আপোনাৰ বিক্ৰমবোধত আপুনি মোহ গৈ কেতিয়াবা হাঁহে, কেতিয়াবা কালে! যেনে,- “কৌমাৰীং দৰ্শয়ংশ্চেষ্টাং প্ৰেক্ষণীয়াং ব্ৰজোঁকসাম্। কদন্নিব হসন্মুখবালসিংহৰলোকন।” শ্ৰীমদ্ভাগৱত, তৃতীয় স্কন্ধ, ২য় আধা, ২৮শ শোক। DISTRICT LIBRARY (HEM BARUA COLLECTION) TEZPUR.