১৭৫ অকুসংবাদ। গোপৰাজে বেচি এম কৰিব লগা নহল। নন্দৰাজৰ সাঙ্কেতিক আদেশ পোৱা মাত্ৰকে সেই জাতিবিলাকৰ ভিতৰৰ বছ-বছা যুঁজাৰু মানুহ অলেখ আহি মথুৰাযাত্ৰাৰ উদ্দেশে উপস্থিত হলহি। নলৰাজে সিহঁতৰ ভিতৰৰে আকৌ বাছি বাছি বাছকবনীয়াবিলাকৰ সৈতে ছদ্মবেশী সৈন্তৰ দল এটা গঠিত কৰি ললে। আৰু, সেই দলক ওপৰঞ্চি স্বৰূপে লৈ, গোপৰাজ নন্দই শ্ৰীকৃষ্ণৰ সুশিক্ষিত সংসপ্তক সৈন্তিক দলক যেনে :- (১) শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৫ম অধ্যা, ১৩ শ্লোক। “গোপা গোকুলবক্ষায়ৈ নিৰূপা মা গতঃ। নঃ কংসস্য বাৰ্ষিক কৰং দাতুং কুৰূহ।”
ak
নন্দগোপ উবাচ :- “নূনং হদৃষ্টনিষ্ঠোয়মদৃষ্টপবমা.জন। অদৃষ্টমাত্মনস্তত্ত্বং যে বেদ স ন মুহতি।” অৰ্থাৎ, ইহলোক অদৃষ্টমূলক আৰু অদৃষ্ট অনুসৰি পৰ্য্যবসিত হয়। এতেকে, যি লোকে অপোনাৰ অদৃষ্টকে আপোনাৰ ভোগাভোগৰ কাৰণ বুলি মানে, সেই লোক কাচিত সুখ-দুখত মগ্ন বা বিচলিত নহয়। —শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৫ম অধ্যা, ২১ শ্লোক। বসুদেব উবাচ :- “কবো বৈ বাৰ্ষিকো দভো বাজে দৃষ্টা বয়ঞ্চ বঃ। নেহম্বেয়ং বহুতিথং সন্তুৎপাতাশ্চ গোকুলে।” অৰ্থাৎ, নন্দবাজক সমিধান দিয়াৰ চেগতে বসুদেৱে এই বুলি পৰামৰ্শ দিয়ে, “হে প্ৰিয়, তোমাৰ বাজক শোধোৱা হৈ গৈছে, আৰু আমি বন্ধুবান্ধকে দেখা- সাক্ষাৎ কৰা হৈ গৈছে; এতেকে তুমি অনতিপলমে উলটি যোৱাগৈ, কিয়নো সিফালে গোকুলত বিবিধ অপীয়-অমঙ্গল ঘটিছে চাগৈ। শ্ৰীমদ্ভাগৱত, দশম স্কন্ধ, ৫ অধ্যা, ২২ শ্লোক।