তুৰ্থ হেদ। শ্ৰীৰাধাকৃষ্ণ | সেইদৰে উত্ৰাৱল হৈ বিহিনী গোপিকাসকলে কিমান বিচাৰিলে, তথাপি কতো কৃষ্ণাইক লগ নাপালে। অৱশেষত আকৌ আটাইটিয়ে একেঠাই হৈ যমুনাপাৰত পৰি পৰি কৃষ্ণগুণ গাই বিলাপ কৰিবলৈ ৰিলে। সেই কীৰ্ত্তনৰ ভাওনাত এগৰাকী গোপিনী পুতনা হয়, আন এগৰাকীয়ে কেঁচুৱা কৃষ্ণ হৈ শুন চুহি তাইক বধ কৰে। এগৰাকী যশোদা হৈ, আন এগৰাকীক কৃষ্ণ কৰি, কঁকালত কাপোৰৰ পঘা লগাই, আৰু এগৰাকীক উল পাতি তেওঁৰ কৰ্কালত
(ক) বিষ্ণুপুৰাণ, কৃষ্ণজন্ম খণ্ড, ১৫শ অধ্যা, ৭–৬৬ গোকত পৰমাত্মাৰে সৈতে প্ৰকৃতিৰ যি সম্বন্ধ, তাৰ লগত বৃষ্ণৰে সৈতে ৰাধাৰ সম্বন্ধ ৰিজাই বহুল বৰ্ণনা দিয়া হৈছে। (খ) আধুনিক ব্ৰহ্মবৈবৰ্তপুৰাণ মতে ‘বাধা’ শব্দৰ ব্যুৎপত্তি :- “ৰাকাৰ নিশ্চলাং দাং ভক্তিং কৃষ্ণপদাম্বুজে। সৰ্বোন্সিতং সদানন্দং সৰ্বসিন্ধোবমীখব। থকাৰ সহবাস তত্ত ল্যকালমেব চ। দাতি সাং সাপ্যং তজ্ঞানং হৰে সম।” -ব্ৰহ্মবৈবৰ্তপুৰাণ, শ্ৰীকৃষ্ণজন্মখণ্ড, ১৩ আধ্যা, ১০৮–১০৯ শ্লোক। (গ) কৃষ্ণই ৰাধাক ফুলপ্ৰকৃতি পে কৰা সম্বোধন “মমাৰ্ধাৰণ স্বৰূপা দ্য মূলপ্ৰকৃতিৰীশ্বৰী।” -বিষ্ণুপুৰাণ, কৃষ্ণজন্মখণ্ড, ১৫ অধ্যা, ৭ গোক। (ঘ) ৰাধা বয়সে কতকৈ ডাঙ্গৰ কৃষ্ণ যেতিয়া শিও, বাধা তেতিয়া যুৱত -ব্ৰহ্মবৈবৰ্তপুৰাণ, কৃষ্ণখণ্ড, ১৫শ আখ্যা, ১-৭ গোক।