পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাস-পূৰ্ণিমা। ৰাধিকা কৃষ্ণ কানত বাধ্য হৈ উঠিব লগা হল! গতিকে, অগত্যা চকু আঁখি মুদি আগ বাঢ়ি গৈ ৰাধিকাই কৃষ্ণৰ কানত উঠিবলৈ বুলি এটি পাৰ দাঙ্গিছে, এনেতে মূৰপোলকা দি কৃষ্ণ লাচতে লুকাল (১)। বিষয় উদ্দীপক আনন্দত উধাও হৈ গোপিনীবৰ্গে মুখত সোপ লৈ লৈ ওপৰলৈ চাই হাঁহি-কিৰিলি মাৰি থকাতে থাকিল। কলিয়া কানু থিতাতে কলৈ পলাল কেৱে ততকে ধৰিব নোৱাৰিলে। হেৰাল যি হেলেই, কৃষ্ণাইক বিচাৰি পোৰা টান হল। ৰাসমঞ্চৰ চৌপাশে ঘূৰি-পাকি গোপিনীসকলে বিচাৰি চালে, কেনিও কতো কৃষ্ণক পোৱা নগল। বিচৰা ঠাইতে ঘুৰি বিচাৰে, কুঞ্জবন বিচাৰি পাত পাত কৰে, তথাপি গোপিনীসকলে প্ৰাণকৃষ্ণক বিচাৰি নাপায়! নাপায় যি নাপায়েই চৌপাশে “নাই” “নাই” “নাই” হতাশৰ হাৰাৰ উঠিল, গোপিনীসকলসঙ্গী হেৰোৱা সঙ্গিনীহস্তিনীৰ দৰে ব্যাকুল হৈ পৰিল(২)। কৃষ্ণ-বিৰহত শোকাকুলা গোপিনীসকলৰ ভিতৰত ঘাইকৈ ৰাধিকা- গগাপিনীৰ বিৰশোক আটাইতকৈ চৰা হল। অনুতাপত তেওঁৰ (১) দশম স্কন্ধ ভাগৱতৰ ৰাসক্ৰীড়া বৰ্ণনাত ই এটি খহিতোল বিচিত্ৰ চিত্ৰ অষিত হৈছে। সম্ভবতঃ সেই চিত্ৰকে অতিৰঞ্জিত কৰি আধুনিক ব্ৰহ্মৰৈৱৰ্ত্তপুৰাণ- কাৰে-ৰাধিকাৰ মানভঞ্জন” ছবি আঁকিছে। 'হৰিবশ, বিষ্ণুপুৰাণ আৰু ভাগবত কিন্তু এলবৈবৰ্তৰ ৰখাও নাই, চন্দ্ৰাবলীও নাই আৰু সেই দুই চৰিত্ৰত খটোৰ অৰিয়াঅৰিৰ এতিল “গনতনো” নাই। (২) “অতি গতি সস্যৈ না। প্যতমচা কৰিখই বুঃ গত দশম , ৩ , (বাসা, ) ৭ কে। এমন নানালি বোত,সী ৰে সৰিীতিনীৰ নৰ গোপিনীৰ পৰিল।