১১২ দিলে আনবিলাকে মন আমোলাই পেলায় (১)। গতিকে, সততে শ্ৰীকৃষ্ণই মৰলৰ মাজত সোমাই বেণুত গীত আৰু গট, বজায়, ছোৱালীহঁতে আনন্দত উধাও হৈ তাকে দোহাৰি-দোহাৰি গায়, আৰু গটৰ চেৱে-চেৰে নাচোন ধৰে। এই নিয়মে প্ৰতি শুক্লপক্ষত ৰাসলীলা হৰলৈ ধৰিলে। সেই ৰাস প্ৰতি নিশা দুই প্ৰহৰকৈ শুক্লাপঞ্চমীৰপৰা আৰম্ভ হয়, আৰু পূৰ্ণিমাত তাৰ সমৰণ পৰে। সেই লীলা-খেলাত গোপিনী-ছোৱালীবিলাকৰ ইমান ৰা বহিছিল যে, পাচলৈ শুক্লপক্ষ সোমালেই সিবিলাকৰ গাত উলাহ লগা হয়; আৰু পঞ্চনীৰপৰা নিজম পৰত ৰামশিলা আৰু কৃষ্ণ- বেণু বা শুনিলেই ছোৱালীবিলাকে উত্ৰাৱল হৈ লৰি গৈ ৰামকৃষ্ণৰ লগ ধৰেগৈ। আৰু, সেই ৰাপ ক্ৰমাৎ এনেভাৱে বিয়াপিবলৈ ধৰিলে যে, পাচলৈ গৃহিণী-গোপিনীবিলাকেও আপোন-পাহৰা হৈ ৰাসলীলাত যোগ দিয়াগৈ হল। আন্ কি, কৃষ্ণবেণুৰ সুৰ আহি কাণত পৰা মাত্ৰকে গোপিনীসকলে হাতৰ বন-বাৰী পোই উত্ৰাৱল হৈ ৰাস- লীলাকৈ ঢাপলি ধৰে। এনে কি, কোনো কোনো আই-গোপিনীয়ে বুকৰ কেঁচুৱা আৰু পাটীৰ পতি পাটীত এৰি উত্ৰাৱল হৈ ৰাসৰ মৰলত সোমায়গৈ। (২) ৰাসত বলমে প্ৰায়ে যোগ নিদিয়ে, তেওঁ সততে ৰাসৰ মৰণৰ বাহিৰত থাকে। তাৰ অৰ্থ আৰু উদ্দেশ্য এই যে, ৰাম আৰু কৃষ্ণ দুয়ো ককাই-ভাই ৰাসলীলাত মগ্ন হলে, সিবিলাকৰ গাৰখীয়া হবলৈ (১) বিষ্ণুপুৰা, পাখ, ১৩ অধ্যা, ১৪–১৯ সোক। (২) জাগতে, দশম , ২ এ্যা। এই প্ৰসঙ্গত এই গোপিনী- বক গতিপয়া বিষয়ক নীতিমপৰে। এনি কৰিছে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৪১
অৱয়ব