শ্ৰীকৃষ্ণ। ১১০ বিকসিত মল্লিকাৰে সুশোভিত নিকুৰ মাজত গোপিনী-ছোৱালীৰে সৈতে উমলিবলৈ শ্ৰীকৃষ্ণই নিয়ম লগাই লৈছিল। (১) “তা বাৰ্যমাণঃ পিতৃভিঃ অতৃভিমাতৃতিস্তথা। কৃষ্ণ গোপাঙ্গনা ৰাত্ৰৌ বয়ন্ত ৰতিপ্ৰিয়াঃ।”হৰিবংশ। (ঘ) শ্ৰীমন্তগত মতে ‘বাস’ অৰ্থত মুনিহ-তিৰোতাই হাত-ধৰাধৰিকৈ মৰল পাতি ধৰা নাচোন।শ্ৰীধব স্বামীকৃত শ্ৰীমদ্ভাগৱতৰ ২৯৩৩ অধ্যাৰ টকা। (ঙ) বৃন্দাবনৰ ৰাসলীলাৰ সময়ত কৃষ্ণ চেমনীয়া, ১২ বাৰবছৰীয়াটি মথোন। অগা-পিচা ঘটনাৱলীৰ বিজনিৰপৰা জনা যায় যে, “ইযজ্ঞ ভ” আৰু “গো-যজ্ঞ প্ৰবৰ্তনৰ” এবছৰমানৰ পাচত ৰাসলীলা প্ৰবৰ্তিত হয়। ইযজ্ঞভঙ্গৰ সময়ত শ্ৰীকৃষ্ণৰ বয়স ১১ বছৰ বুলি ইতিপুৰ্বেতে যথাঠাইত প্ৰতিপন্ন কৰা হৈছে। (চ) জয়দেবকৃত “গীতগোবিন্দ” আৰু ব্ৰহ্মবৈবৰ্ত প্ৰমুখ্যে খনচেৰেক, পুৰাণে এই ৰাসলীলাৰ সংসৰ্গত শ্ৰীকৃষ্ণক কামদেব অতোৰ স্বৰূপে অৱতাৰণা কৰিছে। ভাগৱত মদনব দৰ্প চূৰ্ণ কৰিবৰ অৰ্থে শ্ৰীকৃষ্ণই বাসলীলাৰ অৱতাৰণা কৰিছিল বুলিছে। সিবিলাকৰ উদ্দেশ্য অতি পবিত্ৰ হলেও, আজিকালি তাৰ ওপৰত নানা ঋষিব নানা মত”। সি যি হওক, ভাগৱতে শ্ৰীকৃষ্ণক এই সংসৰ্গত জিতেন্দ্ৰিয় বুলি স্বীকাৰ কৰিছে। (ছ) গোপিনীবৰ্গব কৃষ্ণানুগ অতি নিৰ্মল আৰু নিস্পৃহ; সিবিলাকে শ্ৰীকৃষ্ণৰ অনুৰাগব্যঞ্জিত হাঁহি, বিনোদন আৰু অমায়িক লীল। অৱলোকনত নিজক এনে ধন্য। আৰু সন্মানিত যেন অনুভৱ কৰিছিল যে, তেওঁৰ প্ৰতি সুকণ চকুৰে চাই যাওঁতেই তদাতচিত্ত হৈ নিজৰ গৃহস্থালী ধৰ্ম-কৰ্মলৈ পাহৰি যায়! যেনে- “যানুৰাগতহাসৰাসলীলাবলোক প্ৰতিলমানা। খ্ৰিয়ে দৃগতিপ্ৰবৃধিৱোহবত কিল কৃত্যশে।” মাগৱত, তৃতীয় ঋদ্ধ, প্ৰথম অধ্যা, ১৪ লোক। (>) ভগবানপি ৰত্ৰীঃ শৰদোৎফুলমৰিকা। ৰীক্ষ্য ৰং মনকে বেগমানুপাতি। —মাগৱত, দশম , শ খ্যা, ১ম তোক।
পৃষ্ঠা:শ্ৰীকৃষ্ণ.djvu/১৩৯
অৱয়ব