৯। আধ্যা।
- 0:
চেমনীয়া কৃষ্ণ। প্ৰখমচ্ছেদ। ৰাসলীলা (১)। শ্ৰীকৃষ্ণই লগৰীয়া গৰখীয়াৰৰে সৈতে যি দৰে গীতৰাগ নাচ-ৰাগ আদি নানা তৰহৰ ৰং-ধেমালিত মজি সততে অননত উলীকৃত হৈ উমলি ফুৰিছিল, সমনীয়া গোপিনী-ছোৱালীবিলাকৰে সৈতেও সেই দৰে উমলিবৰ দিহা লগাই হৈছিল। দিনত গৰু চৰাওঁতে গৰখীয়া লৰাৰ লগত, আৰু শৰত কালৰ জোনাক ৰাতি যমুনাপাৰত বৃন্দাবনৰ (১) (ক) “সি” মানে নাচ, বিশেষকৈ মহিলামণ্ডলীৰ। এতেকে, গোপিনীসকলে মণ্ডলাকাৰ হৈ ঘূৰি-ঘূৰি বা বেৰিবেৰি বা মল-পাতি ধৰা নাচোন।—তাৰনাথ-টাকা। (খ) হৰিবংশত “স” শব্দৰ নামেই নাই; তাত তাৰ ঠাইত “হল্পীষ” বোলা হৈছে। কিন্তু, ৰাস আৰু হীষ, দুয়ে শব্দে নাচকে হে বুজায়।হৰিবংশ, বিষ্ণুপ, ৭৭ পৰিচ্ছে (হুৰী, ক্ৰীড়া)। (গ) বিষ্ণুপুৰাণত বাসলীলা অতি পবিত্ৰভাবে বৰ্ণিত হৈছে। তাত “হৰিবংশৰ” বিলাসিতা, ভাগৱতৰ আদিবস, আৰু ব্ৰহ্মবৈবৰ্তপুৰাণৰ দ্য আসক্তিগুৰিত কেলিৰ সাৰ নাই।-বিষ্ণুপুৰাণ, ৫ পল খণ্ড, ১৬ আখ্যা। তথাপি, এহ্মৰৈৰে সৈতে অমিল যদিও, বিষ্ণুপুৰাণৰ ৰাস’ আৰু হৰিবংশৰ ‘হৰীষবৰ্ধন প্ৰায় একেই; যেনে- “তা বাৰ্ধমানা পতিতিঃ পিতৃভিভূত। কৃষ্ণ গোপাল ৰা মৃগয়তে ৰতিপ্ৰিয়া।”-বিগুণ।