পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নিকাম কৰ্মযোগ। “হে অৰ্জুন! কৰ্মকাণ্ডৰপ বেদসমূহ ভিৰিত (১); কিন্তু মোৰ উপদেশ, তুমি নিষ্কাম (নিগুৈণঃ) হোৱা। তুমি সুখ-দুখাদি ৰহিত নিত্য সত্ত্বাবত অৱস্থিত (২) বোগ আৰু কেমবিহিত (৩) হৈ আজ্ঞাবান () হোৱা। অৰ্থাৎ, সুখ-দুখ, মান-অপমান, শত্ৰু-মিত্ৰাদি ভাব পৰিত্যাগ কৰি বিশুদ্ধ সত্বৰূপ অচল ধৈৰ্য্য ধাৰণ কৰা। যিহেতু নাদ, পুখুৰী আদি ক্ষুদ্ৰ জলাশয়ৰ পানীৰে যি পৰিমাণে প্ৰয়োজন সি হয়, মহা জলাশয়তে কৰ্মকাণ্ডৰ প্ৰয়োজন (স্বৰ্গলাগলি কামনা) ব্ৰহ্মবেত্তা বা আত্মাৰা পুৰুষৰ লাভ হয়। অৰ্থাৎ, নাদৰ পানী সাগৰৰ পানীৰ কিয়দংশ মাখেন। বেদোক্ত কাম কৰ্মসমূহে সকাম পুৰুষৰ যি প্ৰয়োজন সিদ্ধ কৰে, ব্ৰহ্মজ্ঞ বা আত্মবান নিষ্কাম পুৰুষৰৰ সেই পৰিমাণেই সেই প্ৰয়োজন সিদ্ধ হয়।” (৫) নিষ্কাম কৰ্ম কৰিলে কাম্য কৰ্মজনিত স্বৰ্গলাভাদি সুখৰপৰা বঞ্চিত হেৱাৰ আশঙ্কা; কিয়ন কামনাই তাৰ মূল। কামনা নহলে ফলপ্ৰাপ্তিৰ অস্তিত্ব নাথাকে। সেই কাৰণে, অৰ্জুনৰ মনৰ আশঙ্কা গুচাৰৰ অৰ্থে ভগৱান শ্ৰীকৃষ্ণই নিষ্কাম পুৰুষৰ ফললাভ বিষয়ক এই বিশদ ব্যাখ্যা দিয়ে। (১) সৰু, ৰজ, তমঃ এই তিনিগুণ। সংসাৰ এই তিনিৰ বিকাশস্বৰূপ। কামনাই সংসাৰৰ মূল। বাস্তৱতে কামনাৰ ফলেই সংসাব। সেই ফলপ্ৰাপ্তিৰ উপায় হৈছে যে-প্ৰতিপাদিত কৰ্মকাণ্ড। এই কৰ্মকাণ্ডতে সকাম পুৰৰ স্থিতি। কানামিব্যাখ্যাত গীতাৰ সন্দীপনী, ৫ লেক। (২) বেগ। অপ্ৰাপ্ত বস্তুৰ প্ৰাপ্তিক বোগ দোলে। (৩) ফেম।এপ্ত বস্তুৰ ৰক্ষাই দেশ। (৩) আয়াবান।সৰ্বত্ৰ মিত্য বিদ্যমান বিধনিয়া পৰমমৰ নিৰতো বিমান মুলি যৰ বিৰি, তেওঁৱেই আমাৰা। (৩) , , ৫-০ গো।