পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

“শ্ৰীকৃষ্ণ” আখ্যানৰ বিশেষত্বলৈ আঙুলিয়াৰলৈ ভয় হেলাগে। কল্পনাৰ উৰেৰে নিলগৰপৰা দেখুৱাবলগীয়া চৰিত্ৰসমল ইয়াত হাতেৰে 'চুই চালি-জাৰি দেখুৱা গৈছে। অৰ্থাৎ, ভগৱন্ত শ্ৰীকৃষ্ণৰ লীলা- কাহিনীত বিৰিজি ওলোৱা কোনো কোনো অলৌকিক ঘটনাৰ উৰণীয়া পাখি কাচি, “শ্ৰীকৃষ্ণ” আখ্যানৰ ঠায়ে ঠায়ে সেই ঘটনাবোৰত লৌকিক সাজপাৰ পিন্ধাবলৈ মৰসাহ দি প্ৰয়াস পোৰা গৈছে। শ্ৰীকৃষ্ণ আদ্যলীলা খণ্ডত সেই অলৌকিকতাৰ পৰিমাণ অত্যধিক। গতিকে তত লৌকিকতাৰ ভনীও প্ৰচুৰ। সেইবাৰে, কাৰ হিচাপে, আমি হে দোষাদোষৰ সৰ্বতোভাবে ভাগী; এ এক বা শ্ৰীকৃষ্ণাঙানৰ অতিৰি পুৰ, হৰিব, মহাভাৰত প্ৰভৃতি মূলগ্ৰন্থাদিত তাৰ অকশো চেকা নাই। বিশেষত, মাঠাইত লাগতিয়াল টীকা-ব্যাখ্যা দি, সেই দোষ-গুণৰ ভাগ আমি প্ৰকাতে গা-পাতি লৈছে, যাতে প্ৰকাশক বা মূলগ্ৰন্থাদিৰ গালৈ বাগৰি নাযায়। সেই দহনোনীয়া অলৌকিকতাৰ শিলৰোৰ আমাৰ বুঢ়া কাপেৰে বহি-পিহি নিমজকৈ লৌকিকতালৈ অনাৰ প্ৰয়াস পোৱাৰৰ ঘাই কাৰণ হৈছে এই যে, পানীয়ে যিপে যি পাতে স্থিতি কৰে সেই পাত্ৰৰে গঢ় লয়, সেইপেই ভগৰয়ো যেতিয়া বতে বিত নয়, তেতিয়া ত’ৰে আকৃতিচিত্ৰ ধাৰণ কৰে মানৱ অৱতাৰত মানৰী চৰিত্ৰত বিকসিত হয়। তাৰ অহা ঘটিলে অবাগৰিকতাৰ অৱতাৰণা হয়। অস্বাভাৱিক কল্পনাৰ পাখি পিন্ধাই স্বাভাবিক বা এতক অপ্ৰকৃত কৰিলে সৃষ্টিৰীতিৰ বিপৰ্যয় টেস মানৱ ধাৰণাৰ অতীত হৈ পৰে, তাত মানৰ আস্থা নোহোৱা হয়। ভগৱন্ত শ্ৰীক সেইপ অস্বাগৰিকতাৰ বোৰ বিৰোধী আছিল। সেই হেতুকে, কাদেৰে স্বয়ং একাধিক প্ৰসঙ্গত দঢ়াই দাই কোৱা আছে তেওঁত