সমললৈ যাওক

পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰ লগত গদাযু দিবলৈ সাহ কৰিবা, আৰ্য। কিন্তু নকুল সৰে তে নগণ্যই, মই যুধিষ্ঠিৰ-অৰ্শনকে তুচ্ছ জ্ঞান কৰে। লাগলে, একেবলৈ ভীমেই লাগিৰ পাৰে। এতেকে ভীনেই আগ আক, তেওঁকে আগধৰি আজি যমৰ ঘৰ দেখুৱাও.(১) সেই অনুসৰি, ভীমসেন আৰু দুৰ্য্যোধনৰ মাজত তুমুল গদাযুদ্ধ আৰম্ভ ল। দুই মত্ত-মাতঙ্গ হেন মহাৰীৰৰ যুদ্ধ আফালনত মেদিনী কম্পমান হল। বলত ইজন সিজনতকৈ চৰা নহয় ফেৰত সিজন জনতকৈ পৰা নহয়, যুদ্ধকৌশলত দুইকো দুয়ে চৰে। কোন্ হৰে কোন্ জিকে ঠিক নাই। ভয়ানক গদাযুদ্ধ চলিব লাগিছে। দেখি দেখি দৰ্শকে উশাহ সলাবলৈ সকাহ পোৱা নাই। এই ভাৱে ভালেমানপৰ ভীষণ যুদ্ধ চলি থাকোতে অকস্মাৎ ভীমসেনৰ পূৰ্ব্ব- প্ৰতিশ্ৰুতিলৈ (২) মনত পৰিল। তেওঁ ছেগ চাই এপাকত দুৰ্যোধনৰ উত গদাঘাত কৰাত, তেওঁ কাল খাই পৰি মুচ্ছ গল। (১) মহাভাৰত, শল্যপ, ৩১ আধ্যা। ভাগ্যে দুৰ্যোধনে যুঁজলৈ ভীমক খাছি ললে, নাইবা সেই বহিনি আন এজন পাণ্ডৱৰ ওপৰত পৰা বলে আখ্যা। যুধিষ্ঠিৰৰ অতি সাধু আৰু দুটিহীনতাৰ দোষত পাণ্ডৱৰ পুনঃ বনবাস এলিহেঁতেন। (২) ইতিপুতে উনুকিয়াই অহা হৈছে যে, শকুনিৰ লগত পাশা খেলত বুধিষ্ঠিৰে সৰ্বৰ হেৰুৱাৰ ফলত, এক সৌপদীক সাস্থলত থিয় কৰাই বিবা কৰিবলৈ ধৰোতে, যেতিয়া দুৰ্যোধলে নিজৰ উৰ পাতি তাত বহুৱালৈ মাতি সতী জাপমীক লাঞ্ছিত কৰিছিল, তেতিয়া ক্ৰোধ্যক্ষ মেনে এই বুলি জীষ্মপ্ৰতি কৰিছিল যে, সময়ত যদি তেওঁ নিজৰ গদাৰ কোবত দুৰাচাৰ দুৰ্যোৰ সেই উস কৰিব নোৱাৰে, তেন্তে তেওঁৰ ৰেৰে নৰকত ৰাস হব। গতিকে,এই হোতে সেই