পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

abb দ্ৰোণাচাৰ্যক বধ কৰিবলৈ ধৃষ্টদ্যুম্নৰ পক্ষে ই এটা ভাল চল লাগিছিল, কিন্তু যথাসময়ত তেওঁ সাজু হৈ উঠিব নোৱাৰাত সেই ছেগ হেৰাল। শ্ৰীকৃষ্ণই আৰলৰপৰা দেখা দি, সঙ্কেতেৰে উতঙ্গনি দিয়াত, মহাৰথ দ্ৰোণাচাৰ্য ৰণোমত হৈ পুনৰপি ৰণত প্ৰবৃত্ত হল। ইতিমধ্য যুদ্ধকৰ্ত্তা যুধিষ্ঠিৰে পাণ্ডৱ যোদ্ধাগণক এই বুলি উত্তেজিত কৰি আগুৱাই পঠিয়ালে, “হে বীগণ! তোমালোকে পৰম উলাহেৰে শত্ৰু সেনাপতি দ্ৰোণাচাৰ্যক আক্ৰমণ কৰিবলৈ আগ বাঢ়া। মহাবীৰ ধৃষ্টদ্যুমই আজি দ্ৰোণাচাৰ্যক বধ কৰিবলৈ দৃঢ় সংকল্প কৰি ৰণত প্ৰবৃত্ত হৈছে। আজি তেওঁৰ যুদ্ধৰ গতি-গোত্ৰ দেখি ফটফটীয়াকৈ বুজা গৈছে যে, দ্ৰোণাচাৰ্যক নিপাত কৰিবলৈ তেওঁ প্ৰাণপণে যুঁজিব। এতেকে, তোমালোকে অতি উলাহেৰে আগ বাঢ়ি গৈ, সকলোৱে মিলি ৰণ কৰিবলৈ ধৰাগৈ। সেই অনুসৰি, পাণ্ডৰ পক্ষীয় যোদ্ধাসকল উৰাৱত হৈ, সোণাচাৰ্যক লক্ষ্য কৰি অগ্ৰসৰ হল। ইফালৰপৰা মহাৰথ দ্ৰোণাচাৰ্যয়ে মনে মনে নিজৰ মৰণ অবান কৰি (১) অতি বেগেৰে শত্ৰুক আগ বাঢ়ি গৈ ধৰিবলৈ চোচা ললে। একই ইতপুৰ্বতে গীতাৰ তৃতীৰ আধ্যাত, ২০-২৩ গোকৰ মাজত, এইভাৱে কৈ আহিছে, “ত্ৰিভুবনত মোৰ একো কৰ্তব্য নাই, তথাপি মই কাৰ্য কৰে॥ কিনে, মই যদি এই জানত নানুষ্ঠান নকৰাকৈ থাকো, বিল কিবা অনানুষ্ঠান কৰে, তেন্তে মানুহে সবেলেৰ যেৰ পটৰ ধৰি আৰু কাকু। বি থাৰ এই ধাৰণৰ অতিৰি, সেই আক্ষণ এশী আদৰ্শ বৰ পক্ষে লিখিত নীচ কুপৰা যিটো সম্ভৱপৰ বুলিৰে কেনেকৈ পজিয়া যায়। গতিকে, ইয়া ‘খোৰ সাধুৰ মোৰাত ৰাই থোই যুত। (১) এতে বিসিকলৰ আলোপনেল আৰু তাৰ অসমীয় গৰি, আনহাতে এবাৰ ঘাইসেনাপত্তিৰ শাৰ গ্ৰহণ কৰি ৰণত পৰুখ হোৱাতকৈ খোচাই ডেঙৰ পৰু মই শে খুলি ৰিছিল।