পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

স্ৰোণবধ। 969 কাৰ্যত নিযুক্ত থাকা উচিত নয়। তুমি বেদবেদাৰো আৰু সত্য ধৰ্মপৰায়ণ হৈ, এনেকুৱা পাপকাৰ্য্যত লিপ্ত থকা নিতান্ত অনুচিত। তোমাৰ মৰ্ত্তবাসৰ কাল আজি পূৰ্ণ হৈছে। হে বিপ্ৰ! গমি চোৱা, তুমি অস্ত্ৰগুৰু হৈ অস্ত্ৰত অনভিজ্ঞ হাজাৰ-বিজাৰ লোক ব্ৰহ্মান্ত্ৰেৰে বধ কৰা কিমান অঘাইত পাপ-কাৰ্য্যৰ অনুষ্ঠান কৰিছা? এতেকে, যুদ্ধৰ সাজ-সমল অনতিপলমে পৰিত্যাগ কৰি, আত্মপ্ৰয়াণৰ অৰ্থে সাজু হোৱা (১)।” ইয়াৰ লগৰীয়া হৈ, আৰু অনেক বৈৰাগ্য ভাবে দ্ৰোণাচাৰ্যৰ অন্তৰত খেলবলৈ ধৰিলে। সেই ভাবৰ জালত বিমোৰ হৈ, তেওঁ অস্ত্ৰ-শস্ত্ৰ পেলাই দি ভগৱন্তু বাসুদেৱ শ্ৰীকৃষ্ণক চিন্তিবলৈ ধৰিলে (২)। (১) মহাভাৰত, দ্ৰোণপ, দ্ৰোণবধ অধ্যা। (২) দ্ৰোণাচাৰ্য্য এই ভাবাপন্ন হোৱাৰ কাৰণ কেইবাভাৱেও নিৰ্দেশ কৰা হৈছে; সেই নিৰ্দেশেও মহাভাৰতত ঠাই পাইছে, যদ্যপি সি মূল মহাভাৰতৰ ব্যাসবৰ্ণিত বিষয় বুলি মাৰিবলৈ যুক্তিয়ে বাট এৰি নিদিয়ে। তাৰ ভিতৰত এই এটাই কিন্তীত দকৈ বিপই ঠাই লৈছে—যেনে, ক্ৰোণাচাৰ্যৰ ব্ৰহ্মাৰ আগত যেতিয়া কাৰ ৰক্ষা নোহোৱাত পৰিল, আৰু পাও বল সলফে নাশ হয়। যেন হল, তেতিয়া কৃষ্ণৰ বুজি অনুসৰি এৰণাৰে সৈতে শ্ৰেণাচাৰ্যৰু নিৰ কৰাবৰ যুগুতি কৰা হল। সেই উদ্দেশ্যে, ইতিপূৰ্বৰত ভীমসেন বধ কৰা অসা নামেৰে হাতীটোৰ মৰসং ক্ৰোণাচাৰ্যৰু এনেৰে জনোৱা হল যে, তেওঁ সেই অশখ হস্তীক তেওঁৰ পুত্ৰ অৰখৰ বুলি ভাবি শোকত বিমাৰ হল, আৰ পৰিত্যাগ কৰি তাণৰ খুন্দাত জঠৰ হৈ। গুবতে এই সংৰাৰ বখাতা বিল কৰাৰ অৰ্থে, যুধিষ্ঠিকে সোথ হৈলি; তেৱো হেৰো এটাৰণেৰে। হত ইতিগৰ বুলি প্ৰকাৰৰে মিছ মিয়ান দিয়ে। কি, যত এ বুলিহে আছে- সময়ে ঘোয়ে সী বুমিনি, শৰীয়াক ত কুৰ ত–১৯১। পিচ, শা হৈছে এনে , আৰু চাবলৈ পৰৰ পৱিত্ৰ কৃষ্ণ আৰু পৰ ধাণিক যুধিষ্ঠিৰৰ এতিম সনে? কি