পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

buy কৃষ্ণ। ঠাই ললেহি। দ্ৰোণ আৰু অৰ্জুনৰ মাজত তয়াময়া ৰণ আৰম্ভ হল। এই দুজন বিচক্ষণীয়া ধনুৰ্ধৰৰ ধনুৰ্বাণৰ কটাকটিত বিজুলী চমকিবলৈ ধৰিলে, দৰ্শকবৃন্দ ত্ৰাহি ত্ৰাহি হল। বহুপৰলৈকে ৰণ চলিব লাগিছে, কিন্তু কোনো পক্ষ পৰাস্ত নয়। সদৌশেহত, গুৰু-শিষ্যৰ (১) মাজত ক্ৰমে অমানুষিক ৰণ লগাত দৰ্শকবৃনে হৰিহৰি কৰা দেখি, অৰ্জুন আপন ইচ্ছাৰে ক্ষান্ত হৈ আঁতৰি গুচি গল (২)। অৰ্জুনে বিৰক্তিৰ ভাৱত উচাৎ মাৰি ৰণলৈ পিঠি দি গুচি যোব। কাৰ্য্যে দ্ৰোণাচাৰ্য্যৰ অৰত হঠাৎ অনুশোচনা আৰু ধিক্কাৰৰ ভাৰ উদ্ৰে কৰিলে। তেওঁ চমক আৰু ঠমক ধাই ভালেখিনি পৰলৈকে ঠৰ লাগি ৰল। তাৰ পাচত, ভীমসেনৰ গৰিহণা আৰু অৰ্জুনৰ অৱজ্ঞা প্ৰদৰ্শনে তেওঁক ইতিপূৰ্বৰ নিন্দনীয় আৰু পাপ কাৰ্য্য এটা-এটাকৈ সোৱঁৰাবলৈ ধৰিলে। তেওঁ ঘাই সেনাপতিৰ বাৰ গ্ৰহণ কৰাৰপৰা যিখিনি অখ্যাতিৰ কাৰ্য্য সংঘটিত হৈ গৈছে, আৰু হব লাগিছে, তাৰে সৈতে ইতঃপূৰ্বত ভীমদেৱৰ সেনাপতিত্বত সম্পাদিত হোৱা প্ৰশংসনীয় আৰু পূণ্যশীল কাৰ্যালী ৰিজাই চাই, দ্ৰোণে আপোনাকে আপনি মনে মনে থিকাৰ দিবলৈ ধৰিলে। ভাবি ভাবি সৰ্বজনিক গৰিহাৰ ভাব তেওঁ অবিবলৈ ধৰিলে। গুণী, মানী, পূজ্য, পণ্ডিত, ব্ৰাহ্মণ হৈ দ্ৰোণাচাৰ্য তেনেবোৰ পাপ কাৰ্য্যত লিপ্ত হোৱা দেখি সহিব নোৱাৰি, তেওঁৰ সমনীয়া ঋষি-মুনি বিশ্বামিত্ৰ, জমদখি, ভৰদ্বাজ, গৌতম, বশি, ত্ৰি, অজি, মীচি প্ৰভৃতিতে তেওঁক সাক্ষাৎ কি তেওঁক যেন এই বুলি জ্ঞান দান কৰিছেহি হে জোশ। তুমি অথৰ্গ যুদ্ধ কৰিছ; গতিকে তোৰ আমি সময় উপস্থিত হৈছে। তুমি আৰু এনে (১) সাব্য অনেক আন এগৰ্য্যৰ অতি প্ৰি দিব। ) এপিত এই খিনিতে পেলায় বিদেশ কৰিছে