পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। আধ্যা। জয়দ্ৰথ বধ। ইফালে নাৰায়ণী সেনাৰ লগত অৰ্জুনৰ তয়াময়ৰণ চলিছে। ই বাস্তৱতে এখন অসাধাৰণ ৰণ। এনে ৰণ কুৰুক্ষেত্ৰৰণৰ অন্তৰ্গত সদৌৰণৰ মাজত বিৰল। এই ৰণত এপক্ষত কৃষ্ণ-সাৰথিৰে সৈতে অৰ্জুন অকলে; অপৰ পক্ষত নাৰায়ণী সেনাৰ অন্তৰ্ভুত হাজাৰ-বিজাৰ গোপ-সেনা; যি গোপসেনা প্ৰত্যেকেই কৃষ্ণসম বলৱন্ত (১)। এই গোপসেনাদল শ্ৰীকৃষ্ণৰ অন্তৰতম বন্ধু, আপদৰ মিত্ৰ আৰু কৃষ্ণ (২) সৈনিক বল। গোপ-সেনাৰ প্ৰত্যেক মানত তেওঁৰ বাল্যবন্ধু অমায়িক শ্ৰীকৃষ্ণ কানাই” প্ৰাণাধিক প্ৰিয়তম সুজন, আৰু সেই আপাহতে অৰ্জনৰ একাত হী। এনে প্ৰণয়ৰ সম্বন্ধ হৈৰৈ থাকোতেও নিকল কৰ্তব্যৰ শাসনত বাধ্য হৈ ইপ সিপৰ আৰু বিপক্ষে ইপ নাশতু প্ৰাণপণে বুজিছে। অজেয় নাৰায়ণী সেনাৰ দূত যাণত অন সৰ্বশৰীৰ এৰিত আন কি, পৰমাৰাধ ইগুমেৰ ১ নাৰী সৰ এতেকেই যে বং কুসম ৰীৰাম, সেই বাবু বলৈ নি এ কৰাৰ সময়ত আৰু ৰ্যোগৰৰ আখড় কুখৰ কৰ বিয়েতে ম্যলীলা কেৱা গৈছে। (২) একৃ গো, মা আৰু ফল লিৰ ফলত শীৰ মীৰ গোপনাৰে সৈতে সৰু মাৰাণ সেনা॥ নাৰ বিষয় বিডি বি।ৈ