পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩১। আধ্যা। ভীষ্মৰ শৰশ্যা। আৰণ হৈ যোৱাৰ পাচত নিতৌ নিৰ্ধাৰিত নিয়মে যুদ্ধ চলিবলৈ ধৰিলে। কৰ্তব্যপৰায়ণ ভীষ্মদেৰে পাণ্ডৱৰ প্ৰতি তেওঁৰ বাৎসল্য ভাবলৈ আওকাণ কৰি, সকলোৰে প্ৰতি সমদৃষ্টি ৰাখি, অকাতৰে ৰণ দিবলৈ ধৰিলে; প্ৰতিদিনে নিৰ্ধাৰিত সময়ৰ ভিতৰত কৌৰৱ-পাণ্ডৱৰ মাজত তুমুল সংগ্ৰাম চলিবলৈ ধৰিলে, আৰু প্ৰতিদিনে দুয়োপক্ষ অসংখ্যাত বীৰ সেনা আৰু সেনাপতি ৰণত পৰিবলৈ ধৰিলে। দিনে দিনে ৰণৰ সৰ্বাহী লক্ষণ এনেদৰে চৰি আহিল যে, ভীষ্মদেৱৰ দহদিনীয়া সেনাপতিত্বৰ মাজ ভাগতে পাণ্ডৱ পক্ষ সমূলি নাশ হোৱাৰ আগন্তুক দেখা গল। তথাপি ৰা চলিছে, তথাপি কোনো পক্ষ হতাশ হোৱা নাই। দেখি দেখি সঞ্জয় মন্ত্ৰীয়ে কুৰুক্ষেত্ৰ মহাৰণৰ গতি আকৌ চমু- চমুকৈ অন্ধৰাজৰ আগত এইদৰে বৰ্ণাবলৈ ধৰিলে-হে মহাজ। ৰণৰ গতি কমাৎ ভীষণৰ হবলৈ ধৰিছে, দুয়ো পই পোত্ত হৈ আপোনপ নাবছি প্ৰাণটাকি যুদ্ধ কৰিছে। কাৰ ৰু কিমান কয় হৈছে, তালৈ মন নকৰি প্ৰত্যেক পক্ষই প্ৰত্যেক সেনানিয়ে শত্ৰুৰ প্ৰাণ লবলৈ বুলি নিজৰ প্ৰাণ উছগা কৰি আগ বাঢ়িছে। সেই অনুমে ৰৱা হাতীযে আমিও উত্তেজিত হৈ পাপৰ যুঁজি লাগিছে। আৰোৰীৰ ইচ্ছা বুজি লাগতে আৰাই পাকতে ঘূৰি হতাৰেীৰা আদিয়ে যেন আপোন মনেৰেহে মুহি। যশোমত সতীৰ