পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০। আধ্যা। কুৰুক্ষেত্ৰ মহাৰণৰ আৰম্ভণ। পাগুৰসাৰথি শ্ৰীকৃষ্ণদেৱৰ উপদেশ অনুসৰি, ধৰ্মৰাজ যুধিষ্ঠিৰে কুৰুক্ষেত্ৰ ৰণলত অৱতীৰ্ণ হৈয়েই যথাবিধি ৰণ ঘোষণা কৰি দিলেগৈ। তাৰ লগে-লগেই সেই মহাৰণ আৰম্ভণৰ স্থিতি বিধি আৰু দিন-ক্ষণ নিৰ্দ্ধাৰণ পৰ্য্যন্ত ৰাষ্ট্ৰ কৰি দিয়া হল। সেই অনুমেই কৌৰৱ আৰু পাণ্ডৰ দুয়োপক্ষ নিৰ্ধাৰিত নিয়মে অবস্থিত হলগৈ। পাৰে। পূবমূৱাকৈ আৰু কৌৰৱে পছিমমুৱাকৈ ৰণৰ থানিকা পাতি লেগৈ। যুদ্ধাৰণৰ নিৰ্ধাৰিত দিনা উপজি-পুৱাতে উঠি দুয়োপক্ষৰে ঘাই ঘাই সেনাপতিসকলে পোন-প্ৰথমে নিজ নিজ খানিকাৰ খোপনি দৃঢ় কৰাৰ উদ্দেশ্যে যুগুত দিহাকৰণত মননিবেশ কৰিলে। তাৰ পাচত, দুৰণীয়া সেনাপতিবৰ্গে নিজ নিজ নিৰপিত থানিকাত খোপনি পিটি লৈ নিজ নিজ অধীনস্থ সেন-সেনানায়কসকলৰ গতি-বিধিৰ দিহা দিয়াত তৎপৰ হৈ বেগাবেগিকৈ ইফাল-সিফাল কৰিবলৈ ধৰিলে। চাওঁতে চাওঁতে দুয়োপক্ষৰ অগণন সেনাগণ নিজ নিজ সজ্জাৰে সুসজ্জিত হৈ ৰণ-অভিমুখে শাৰী শাৰীকৈ সাজু হল। যথা যথা স্থানৰপৰা সতে প্ৰচাৰ হোৱা মাকে দুয়োপক্ষৰ সুকীয়া সুকীয়া শিবিৰত সুকীয়া কীয়াকৈ এঙ্গেল, দব, ঘণ্টা, শখ আদি ৰণবাদ্য বাজি উঠিল। গে লগে ৰক্ষেত্ৰৰ পূৰান্তৰপৰা এঘাৰ অক্ষৌহিণী আৰু পনি