পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সজ অপ (১) ফৰে। সেই গলগত উত্তেজিত হৈ মে অতি চাইৰে সাৰ পাই উঠিল। উঠি, সেই সপোন সুমৰি তে ৰোমাঞ্চিত হৈ ঋপিবলৈ ধৰিলে। কঁপি কঁপি তেওঁ আতুৰকঠে চিৰি উঠিল। সেই আৰ্তৰাৰে সখীসকলকে টোপনিৰপৰা বিচুক্তি খুৱাই তুলিলে। সিবিলাক সকললটি কাষ চাপি কুমাৰীৰ আকমিক মানসিক বিকাৰ আৰু অশান্তি তত্ত্ব অনুসন্ধানত তৎপৰ হল। উবা-সখীসৱৰ (২) মাজত চিত্ৰলেখা আৰু কুঙ্কাণ্ড-জীয়াৰী (৩) এই দুগৰাকী ঘাই সখী। উদেবীক অত্যন্ত উতলা আৰু শোকাকুলা দৈখি এন সখী চিত্ৰলেখাই বিবিধ বিধানেৰে প্ৰবোধ দি তেওঁৰপৰা ঘটনাৰ (১) সেই উৎসৱ উপলক্ষত নানাৰূপী মহাতেজৰী তৰপাৰিবদবৰ্গে ভৈৰ তৈৰী পে নাৰাতৰহৰ ক্ৰীড়াত প্ৰবৃত্ত হয়। সেই ৰহস্যবিৎ পাৰিষদবৰ্গে মহাদেৱৰ লিখিত ৰূপ ধাৰণ কৰি ক্ৰীড়াত নিৰত হোৱা দেখি, ভবানীপাৰিবদ অলস অপশীৰ্গেও তৈৰৰীৰূপ ধাৰণ কৰি সুখ-স্বামীসকলৰে সৈতে বিবিধ ক্ৰীড়া জাৰ কৰে। এদিন বাফ দেবী আহি সেই ক্ৰীড়াস্থলত উপস্থিত হৈ, সেই মৃদনত তন্ময় হয়ছি। সেই সময়ত দেৱদেৱ ত্ৰিলোচন হৰমহেৰক দেবী পাৰ্বতীৰ লগত নানা ৰূপ ধাৰণ কৰি কেলি কৰা দেখি যুবতী কুমাৰী উদেবীৰ অন্তৰতে সেই কেলিকামনাই চৌদ্ভাবলৈ ধৰে। অন্তৰামিনী দেৰী ভগৱতীয়ে মানবী উবাৰ অন্তৰ গৰ বুজিব পাৰি, হাঁহি হাঁহি এই বুলি অচিতে যৰ দান দিয়ে, “হে। আগন্তুক হল যাহত চা বা ৰাতি, তুমিতোমাৰ শয়ন-মলিত সখী বলেৰে পৰিব হ পৰি গা কৰি থাকোতে সপোৰত বি ভোলাৰে সৈতেসবাস কৰি মোৰ এচ এত কৰি, তেওঁৱেই তোমাৰ। সেই সেবী এত সুসৰি লেখীৰ এই কাণ্ড সংঘটিত হয়।-বিব, ১৭০। (২) অনেক , পাগলিনী, তৈতিবিৰী আৰু অপৰ উত্তীৰ সখী আছিল।বিং, ১৭০াখ্যা। ৯ মাৰ যা বুখৰ এই কাৰ নাৰ মেৰীৰি।