পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভক্তিযোেগ। ৭২১ পৰমেশ্বৰ) (১) অবিনাশী, অভগন, নিৰ্মল, নিৰ্বিকাৰ আৰু সাক্ষাৎ ধৰ্মৰূপ। (২) (১) ভগৱান বাসুদেব বেদৰ প্ৰতিষ্ঠাপ। সেই বাসুদেৱৰূপে অবতীৰ্ণ শ্ৰীকৃষ্ণ সগুণ ব্ৰহ্মৰ আশ্ৰয় বুলি বেদত ব্ৰহ্মায়ে৷ এইবুলি স্তুতি কৰিছিল- “একমাত্মা পুৰু পুৰাণঃ সত্য বংজ্যোতিৰিৰম্ভ। নিতত্যাহৰোহজমুখে নিৰঞ্জন পুৰ্ণোদ্বয়ে মুক্ত উপাধিতোমৃত।” অৰ্থাৎ, হে ভগৱান! তুমি সকলো প্ৰাণীৰ আত্মৰূপ, সকলোৰে শৰীৰত বিদ্যমান, সৰ্বত্ৰে একৰূপ; তুমি নিত্য, তুমি সত্য, তুমি প্ৰকাশ, তুমি আম, তুমি অজ্ঞ, তুমি অক্ষৰ, তুমি সৰ্বব্যাপী, তুমি সম্পূৰ্ণ, তুমি অন্বয়, তুমি উপাধিবিহীন, তুমি অমৃতস্বৰূপ, তুমিয়ে পৰৰহ্মশ্বৰূপ ভগৱান বাদে।” কৃষ্ণানন্দ ৰামীৰ গীতাৰ্থ সন্দীপনী। (২) গীতা, ১৪শ অধ্যা, ২৬-২ গো।