১৯। আধ্যা। ভক্তিযোেগ। পৰব্ৰহ্ম-তত্ত্বজ্ঞান। ইতঃপূৰ্বতে, গীতাৰ সপ্তম আধ্যাত, ভগৱান শ্ৰীকৃষ্ণই বিবোৰ গুহ ৰহস্যৰ বিষয়ে উনুকিয়াইছিল, তাৰ সূক্ষ্মতত্ত্ব নিখুতকৈ উপলব্ধি কৰিবৰ অৰ্থে অৰ্জুনে আগ্ৰহেৰে সুধিলে, “হে পুৰুষোত্তম মধুসূদন। ব্ৰহ্ম কি? অধ্য' নো বোলে কাক? ধৰ্ম্ম নো কি? অধিভুত (১), অধিদৈব (২), অধিবজ্ঞ (৩) নো কি, আৰু কেনেকৈ চিন্তিব লাগে? অধিযজ্ঞ দেহৰ ভিতৰত নে বাহিৰত অৱস্থিত? আৰু মৰণকালত সমাহিতচিত্ত পুৰুষৰ হৃদয়ত তুমি বিৰূপে উদয় হোৱা অধিষজ্ঞ যদি দেহৰ ভিতৰত থাকে, তেন্তে তেওঁ বুদ্ধি আদি ৰূপে বিৰাজিত হয় নে স্বতন্তৰীয়াকৈ হয়?” (৪) (১) পাৰ্থিব ক্ৰিয়া-কৰ্ম্মাঙ্গিয়েই অধিভুত নামে নিৰ্দিষ্ট। যজ্ঞাদি কৰ্মানুষ্ঠান ইয়াৰ অন্তভু তা-গীতাসমীপনী, কৃষ্ণানন্দ স্বামী। (২) দেৱতাদিৰ ধ্যান, অথবা আদিত্যমণ্ডলৰ মাজৰ জীবচৈতৰ না। অধিব।গীতসন্দীপনী, কৃষ্ণানন্দ স্বামী। (৩) এ আয়ত বাৰ অৱস্থিতি তেনে কোনো দেয়া বিশে, কি পকেই অধিষ বোলা হয়—গীতাসলীপশী, ফুফান স্বাধী। ০ গজ, পাখা, ১২ca।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/১৪২
অৱয়ব