পৃষ্ঠা:শিশুপাল বধ.djvu/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১১ )


পাৱে, নিধনীৰ কিছু হোৱে ধন। আপো- নাত কৰি বৰ, কাকো আৰু নেদেখয়, সং- ৰত এই তিনি জন॥ ৩০ ॥ পিতৃ মাতৃ গুৰু জন, ইসবক নমানয়, তাসম্বাক অহঙ্কাৰ কৰে। সকলে জগত আৰু, কাকো বৰ নেদে- খয়, সিটো দুষ্টে আপোনাত পৰে॥ এহি মতে কতো কাল, হুয়া থাকে মতোৱাল, জগতকে অৱমান কৰি। মহন্তক নিন্দা কৰি, পাছে সিটো যাই মৰি, পাৱে গৈয়া যমৰ নগৰী॥ ৩১ ॥ আৰু এক পটন্তৰ, আছে যেন ইতৰৰ, তাক কহোঁ শুনি এৰ ভালে। সকলে পৃথিবী খান, ওলোটাই পেলাইতে পাৰে, উন্নমত্ত যেন মতোৱাল॥ তাহাৰ কি বোলে জানা, পৃথিবী উলট হোৱে, বিচেষ্টা মাতয় দুৰাচাৰে। কৈত শুনি আছা সবে, শিয়া- লৰ শিঙ্গ ভৈলে, পৰ্ব্বতক বিদাৰিতে পাৰ॥ ৩২॥ যেন এক দুষ্ট নৰে, শিলাত মুষ্টিক মাৰে,