পৃষ্ঠা:শিয়ালা বৈষ্ণৱৰ চৰিত্ৰ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভগত থকা বুলি মানুহে কোৱা কথাটোও তেতিয়া মিলি যায়। যাহোক কোনোবাই যদি তাৰ কিবা শুংসূত্ৰ পায়, আমাক জনালে ভবিষ্যতে আমি তাক সাদৰেৰে এই কিতাপত ঠাই দিম।

বৈষ্ণৱৰ পুৰুষী নামা ⵓ—

আদি পুৰুষ—   ধম্মদেৱ


সম্বৎসৰ

পৰমানন্দ

কৃষ্ণানন্দ

উমানন্দ

মহাদেৱ

নাৰায়ণদেৱ বা ডেকা গোঁসাই

শুকদেৱ

কামদেৱ

মাধৱদেৱ বা পদ্মনাভ

শিমলীয়া, বেলশৰ।
মাঘৰ বিহু।
ইঃ ১৪।১২।২৭

}   ৰতিৰাম দত্ত।