ইয়াতে ইয়াকো কৈ থওঁ যে * লিখিত কথাখিনি প্ৰায়েই গোখেলৰ বক্তৃতাৰ সাৰাংশ।
৯। বাধ্যতা-মূলক শিক্ষা * সম্বন্ধে প্ৰথম আপত্তি
যে আমাৰ * এতিয়াও তেনে শিক্ষা
লবৰ কাৰণ প্ৰস্তুত হোৱা নাই। এই
সময়ত * চৰকাৰে বাধ্য কৰি ছলি
শিক্ষা দিয়া নিয়ম প্ৰচলন কৰে, * প্ৰজাৰ অসন্তোষৰ
কাৰণ হব।
ইয়াৰ উত্তৰত বোধ কৰঁ * কলেই যথেষ্ট—যে আমি খোৱা-পিন্ধা পাকা-মিলা * চাকা কথা-বাৰ্তা সকলো কথাতে কোনো না কোনো * বেয়া নিয়মৰ বাধ্য হৈ হে চলিছোঁ। সেই বিলাকত বাধ্য কৰাত যদি প্ৰজাৰ অসন্তোষ কাৰণ হোৱা নাই, তেনেহলে শিক্ষা-বিষয়ত বাধ্য কৰাৰ পৰাও অসন্তোষ উপজিব বুলি আশঙ্কা * কাৰণ দেখা নাযায়।
আৰু, ধৰিলোঁ অসন্তোষে* হল। পিতৃস্থানীয় ষ্টেটৰ যিটো কৰ্তব্য, ষ্টেটে সেই বুলি সেইটো নকৰি থাকা অনুচিত— যেনেকৈ অখহ ছলিএ ঔষধ নাখালেও মাক-বাপেকে জোৰ কৰি ঔষধ খুৱায় আৰু সন্তানৰ তজ্জনিত ক্ৰন্দনৰ প্ৰতি মন নকৰে।
১০। দ্বিতীয় আপত্তিৰ কথা এই; শিক্ষা বাধ্যতা-মূলক