পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চকুলাে

দুখৰ পাছত যদিহে নিগৰে চকুলাে— দাম আছে
সেই চকুলােৰ
সেই অনুতপ্ত চকুলােত বিষাদ ভৰপূৰ
পলে-পলে বাজি থাকে তাত যন্ত্রণাৰ নূপুৰ।

ৰচনাকাল : ২০০৪

৪৮/শস্য তেজৰ অন্য ঋতু