পৃষ্ঠা:শস্য তেজৰ অন্য ঋতু.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

ঘৰ

নিৰ্জনতা মোৰ নিমাখিত ঘৰ
ইয়াতেই পুৱাই মোৰ কবিতাৰ প্ৰাত্যহিক প্ৰহৰ।

ৰচনাকাল : ২০০৪

শস্য তেজৰ অন্য ঋতু্‌/৪৭