পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মম্বস্তৰ ২৮৪ যুগ ৰাজত্বকৰে, তিনিলক্ষ অক্ষৌহিনী সৈন্য, স্বয়ং ঈশ্বৰতুল্য এই যুদ্ধ পঢ়িলে আৰু আন যুদ্ধ পঢ়িবলৈ মন নেথাকে, এই পুথিত বৃদ্ধৰ ভক্তি, বালকৰ খেলা, যুবকৰ বীৰ তেজ, কামুকৰ কাম, সমস্ত তত্ত্বকে সমভাবে ব্যাসদেৱে নিবন্ধন কৰিছে। পঢ়িবলৈ ধৰিলে শেষ নহয় মানে এড়িবৰ মন নেযায় মন উদ্বিগ্ন হই উঠে। মূল পুথি অনুসাৰে অতি কোমল সুশ্ৰাব্য ৰসময় ভাবে অসমীয়া ভাষাত পদ ভাঙ্গি ৰচনা কৰাহইছে। সন্ত মহন্তৰ হৃদয় গ্ৰাহী হলে আমাৰ অতিপৰি শ্ৰম ফেৰা সাৰ্থক হয় এতৎ নিবেদন মিতি সন ১৯০৯।

প্ৰণেতা।
শ্ৰীগোপাল চন্দ্ৰ শৰ্ম্মা বড় ঠাকুৰ।
নিঃ যোড়হাট।

⸻০⸻