পৃষ্ঠা:শঙ্খচুড় বধ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে

মুখবন্ধ।

শ্ৰীশ্ৰী কৃষ্ণায় নমঃ।

⚊॰⚊

 পূৰ্ব্বকালে মহামুনি বেদব্যাস সৰ্ব্বশাস্ত্ৰ প্ৰণয়ণ কৰি শেষে সকলোৰে মূলতত্ত্ব দেবীভাগৱতত প্ৰকাশ কৰিলে এই ভাগৱত শ্ৰবণ কৰা বাবে জন্মেজয়ৰ সুকৃত ভাগৱত শ্ৰবণৰ ফলে পৰীক্ষিত নৰ্ক্কৰ পৰা মুক্ত হই কৈবল্য ধামত গল। তেতিয়াৰ পৰা এই পুথি পৃথিবীত প্ৰকাশ হল।

১। ব্যাস দেৱৰ ৰসময়ী লেখনী প্ৰসুত কৃষ্ণ অবতাৰৰ মূলতত্ত্ব কৃষ্ণ বৈকুণ্ঠ এৰি কিয় পৃথিবীত জন্ম হয়, কৃষ্ণৰ ১৬০০ হাজাৰ পত্নী কিয়, তেওঁবিলাক কোন, অৰ্জ্জুনে কিয় ৰাখিব নোৱাৰিলে, বসুদেব দৈবকী ৰোহিণী কোন, কিয় জন্মহল কং

নিজ ভক্ত প্ৰহ্লাদৰ

কিয় যুদ্ধ কৰিলে

তুলসী

তল্য

যুগত কোনো কল্পেকাৰো হোৱানায়। পূৰা এক