পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


শঙ্কৰদেৱ । কৈ পুতেকক বুজাবলৈ চেষ্টা কৰিলে,--“জানিয়া ভীমকে তনয়ৰ অভিপ্ৰাই । কম্মিৰ বচন বাধিবাক শক্য নাট ॥ আগ পাছ । চিন ৰাজা বুলিলা বিস্তৰ । মাধৱক তই বাপ বিৰোধ নকৰ ॥ চৰাচৰ গুৰু হৰ জগতৰ বাপ । তাহাক নিদিলা কেনে । চপাৱস পাপ ॥ কৃষ্ণক বিৰোধ কৰি না পাগবি কল্যান। যোহোৰ বাক্যক বেদ বাক্য হেন মান i যাক নাটিলেক কেলা কংস । বকাসুবে । মিছ। বাদ নকৰস যেন নাকে খুৰে । দিয়ো অনুমতি পুত্ৰ বংশৰ প্ৰধান fবধিৱতে মাধৱক কৰে। কৃষ্ঠাদান । কৃষ্ণ হেন স্বামী পা ওক তীযান্ট করিাণী। মঙ্গণ কাব্যত বাপু নপাত বিঘিনি ॥' বাপেকৰ বুজনত বক্সিৰ স্থত তিনি গুণ চৰিল (হ । তেওঁ বুঢ়াক যিকে প'ষ তাকে কৈ বাক্য প্রয়োগ কৰিবলৈ ধৰিলে —“হন শুনি ৰশ্মিৰ উঠিল বৰ .ক্রাধ । কুস্ক বয়সত তুমি এৱে।। অবোধ । জানতো নভৈল! তুমি পিতৃ নামে পাইলা । যাদৱ | গোটক বৰ জামাই খুজি পাতলা ॥ হেন ৰণ ভঙ্গুৱাক বখানাহ৷ । কিক। প্রণাস্তিকো কৃঞ্চ ক নেদিবো ক্সিণীক ৷ শিশুপাল। ৰাজাকে সে দিবো সাৰেসাৰ । একো কালে নলাৰিবে পূ অঙ্গীকাৰ ॥৭ শাস্ত বাপেক বুঢ়া ৰজাই কি কৰে, গতি বিষম দেখি কিছু পর্ব তল-মূৰকৈ থাকি নৈৰাশ হৈ ভয়ত পুতেকৰ কথাতে মত দি কলে—“পুত্ৰ বাক্য শুনিয়া ভীস্মক । মহাৰাই অধেগুথে আছি। লন্ত মাথা চপৰাট ॥ মনত বোলন্ত জানো আক পাৰে গালি। মাতন্ত নৃপতি কুমাৰক আশা পালি । হিয়াত অঃছিল মানে