পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্য

কহিলোহো তোক। তযু যনে যেন সুৱাই তাকে কৰিয়োক । কম্মিণীৰ আাবে উকলয় কষ্ঠাকাল। বিহা দিবে লাগি অনায়োক পশুপাল ॥ বিহাৰ সম্ভাৰ মানে অনায়ো বহুত । নৃপতিগণকে লাগি পাঞ্চি দিয়ো দূত ॥ দেশে দেশে কফ্লিপৰ বিবাহ ঘোষোক। বঙ্গ সচিবাক সবে নৃপতি আসোক । কুণ্ডিলা নগৰ মোৰ হোক জাতি: +াব । পিন্ধহোক নৰ নাৰী বস্ত্ৰ আন্ধাৰ ॥ বাঙাণ ৰহিবাক । । সঞ্জয়ে বাসৰ { কৰিয়ো নিয়েজ কিব৷ বুলিবো বিস্তৰ ।” ৰজা ইমান ভদ্র, আক তেওঁৰ এনে সুৰ স্বভাৱ যে পুতেকে বৰণেৰে শিশুপাললৈ জাঁয়েকক দিব খুজিছে বুলিও যে তেওঁ বেজাৰ ব“, গপ পতি, বা খং কৰি শিশুপালক নিজে ভালকৈ আদৰ সব নকৰি পুতেকলৈ এৰি দিছিল এনে নহয় । । যেই শিশুপাল তেওৰ ৰাজলৈ অহা শুনিলে, তেওঁ নিজে পাত্ৰ মন্ত্ৰীৰে সৈতে লগলাগি আগবাঢ়ি গৈ fশশুপালক আদৰি আনিলে,--“তাক শুfিন লেক পাছে ভীষ্মক ভূপাল । বিহা কৰিবাক আইলা বাজ শিশু পল ॥। আপুনি গৈলন্ত পাত্ৰ মন্ত্ৰী সমন্বিতি । আগবাঢ়ি আনিলন্ত । তে 4 নৃপতি ৷৷ যাক যেন যোগ্যে । আনি দিলা। বাসা ঘৰ। । পঞ্চমৃতে ভোজন কৰাহুল নৃপবৰ ॥” কল্লি কুমাৰ কৃষ্ণৰ হাতত মৰিল বুলি উৰা মিছা বাতৰি শুনি। ভীষ্মকে পুতেকৰ শোকত বিহল হৈ কান্দিওশেহত পুতেকে নিজৰ কুকৰ্ম্মৰ ফল ভোগ কৰিলে বুলি ভাবি, পুতেকে অনাহকত প্ৰজাবোৰ মৰালে বুলি ভীষ্মকৰ শোক পুতেকৰ নিমিত্ত্বেতকৈ প্ৰজাবোৰৰ নিমিত্তে তে বেছি হৈছিল । ।–“হেন শুনি নৰনাখ, জানুত দিলন্ত মাথ, দশো দিশ দেথে অন্ধকাৰ । হা পুত্ৰ কি ৭