১৪
শঙ্কৰদেৱ ।
বাস্তবিকপক্ষত কঋিণী হৰণ পুথি পঢ়িবলৈ ধৰিলে “মাছি ক্ষুধা তৃষ্ণা
নবাধয় একে ছথে ॥ যতেক শুনোহো শুনিবাক যায় মতি ।
অমৃত-পীয়ন্তে যেন নগণ্ডে তৃ িতি॥" তত্ব । দুই চাৰি ফাকি
পদেৰে শঙ্কৰদেৱে 'ভীমকৰ কেনে চৰিত্ৰ আঁকিছে চোৱা—“সেহি ।
নগৰত ভৈল ভীমক নৃপতি । পৰম ধাৰ্ম্মিক মতি জুতা মুৰপতি ॥
পকুল তিলক কামিনী মনোহৰ । পৃথিবীত সমান নাহিক ধৰ্ম্ম
দ্ধৰ ৷ পুত্ৰৱতে কৰে ৰাজ প্ৰজা স পালন । আগত পাচত
তা একেসে বচন ॥ চাটুৱাৰ চ’ টুত নেদ ও ৰাঙ্গা কাণ । স্ব্যর্থ
নুহি তাৱহে মাগিলে পাই দান ।। ভুপ্ত স্তু পৃথিবী যেন ধ
ব্যৱহাৰ । ‘অঙুচিতে পিম্পৰাৰে। নিfচহা মাৰ । যেন জলময়
ৰাজ্য নাহি কোপ তাপ । দণ্ডবন্ধ নাকি প্রজাৰ যেন বাপ ॥
ছুইলে পাপ হৰে ৰাজা অতি গন্ধকার। - উচিতত পরে । কিছু ।
নাহিক অহ্যায় ৷
পাটমাদৈ শনা প্রভাট জীযেক ক'মুণীক বিয়া দিবৰ তল বুলি
নাক কণত ৰজাই যদিও কুঞ্চলৈ জীয়েকক বিয়া দিয়াটো উচিৎ
ভাবিছিল তথাপি মইমত ভাবে কোনো এটা থিৰ নকৰি জ্ঞাতি।
সকলক জাক পাঁচো পুতেকক মতাই মানি পৰামৰ্শ কৰি তেওঁ
কেন অস্থতি বিচাৰিলে,--“হেন শুনি নৃপতি অনাইলা জ্ঞাতি ।
লোক । কল্লি আদি কৰি পাঞ্চ তনয়ক আনি । সবাকে।
সদৃদ্ধি ৰাজা বুলিলন্ত ৰাণী ॥ কম্মিণীৰ অবে উকলিল কন্যাকাল ।
জিজ্ঞাসি ও কৈত কোন বৰ মাছে ভাল ৷ গোটে গোটে চাইলে।
পৃথিবীৰ ৰাঙ্গা মানে। জীয়াইৰ সদৃশ বৰ নাই একো থানে ।
দৈৱকী নন্দন এক মাধৱত পৰে । কষ্মিণীক বিবাহ কৰিব কোন
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৬
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
