পৃষ্ঠা:শঙ্কৰদেৱ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম আধ্যা

Aীয়াৰ আাছি ৰাণী । তেওঁৰ কথা অসমীয়া ”কন্যাৰ মাকৰ কথ। । তেওঁক আক ছোৱালীৰ বাপেক ভীষ্মকক অসমীয়া বচিাকৈ চিনি পায় । কক্সৰ নিচিনা মই মত খাল, বাপেক-মাকৰ মত কথা কুটা এগছৰ নিচিনাকৈ উৰাহ fধ নিক্সৰ মত কথা সদায় “বাহল” কৰি চলা “বৰ পো' ‘বৰ বোপ} ' ও অসমৗযাও অনেক দেখিছে , মাক বলে নোৱাৰা ৈে৷৷ বৰ। ব'পালে ভয় কৰি 'অশান্তিৰ হাত সাৰিবলৈ • বৰ বোপাছ । ষি কৈছে, সেয়েই হওক । ভাৱে চলো ভালুকৰ নি'চনা বাপ ক ও ভৰ মান্ধ হা অসমীয়াত নেদেখি থক। নাত । অ' ৰ কালৰ অসমৗযা kৰ মাতুহৰ ঘৰত জীয়ৰা ছোৱালীক সকলৰো তু তালি। ৫ ব কৰি বিয়। দি উলিয়াই দিবৰ কাললৈকে আতোল- (তাঁত কৰি ম«ম কৰি থাক। স্মালিনীৰ নিচিনা ধাও অসমীয়াৰ ও চনাকি নহয় । দৈৱকীৰ নিচিাকৈ সাদৰ-কৰি কথা কৈ ‘স্বয়মা মেল পতা৷ বিঘনীও অসমৗষাৰ ভিতৰত ভূৰি ভূ'ব। উদ্ধ “ক্সিাৰ এক শিশুপালৰ লিৰ f•চন} গালি ও আৰু কফৰ উত্তৰ- উরৰিও অসমীয়া সমাজত আটকীয়া নহয়। । তত্যাদি অসমীয়া ধরা জীৱণ ব ফটুফটীয়া চিত্ৰৰে শঙ্কৰদেৱৰ কষ্মিণীহৰণ ভৰপূৰ। (দখি তাৰ পদ কথাবোৰে অসমীয়াৰ হাড়ে হাডে মগজুৰ । মগজুৱে সোমাইছে । মুঠতে শঙ্কৰদেৱৰ কস্মিণীহৰণ অসমীয়া ম'ত। মানুহৰ কাণৰ লং-কেক, হাতৰ গাম-খাৰু, আফুলৰ বাপৰ, পতোৱা আঙ্গঠি, আৰু তিৰুতামামুহৰ ডিঙিৰ কোট-মণি, গল-পত। আৰু সাতশৰী হাৰ। শঙ্কৰদেৱৰ যতবিলাক সুমধুৰ গঙ্গিত ৰসাল ৰচনা । সেইবোৰৰ ভিতৰত কম্মিণীহৰণ শ্ৰেষ্ঠ । আাছে ।