একাদশ অধ্য।
বগীত ।
পুৰণি অসমীয়া সাহিত্য নানা ধৰণ ই গীত, দিৰ নিমিত্তে
বিখ্যাত। কেতবোৰ লৌকিক গীত আগৰ ‘দনৰ পৰ' লাঘূহৰ
মা মুথে নামি মাঠছে , সেইবোৰৰ সমরনির্ণদ কৰ ' টান,
কি যনো ‘ভালোন ঠাইত সেইবোৰ আধুনিক ভাব আৰু সঘৰে
সানমিহ লি হৈ °*ৰছে । তান কে তবোণক পুৰণি পুথিবোৰে ।
বই সাবটি ধৰি ৰক্ষা কৰি আহিছে । অসমীয়া ওজা-পালিৰ
অ¥ইiন মহাপুৰুষ শঙ্কৰদেৱৰ আ বঙাইন স্বও গধেই পৰ। চলি ।
গঠিছিল, কিয়নো তেওঁৰ ধৰ্ম প্ৰচাৰৰ প্ৰথম অৱস্থাত ওজা
শা'লৰ অসুষ্ঠানৰ । ভিতৰে'ৰ নে নৰ। গল্পপুথিবোৰৰ সাৰমৰ্ম্ম
নৌ < সমাজত তেওঁ জনাজাত কৰাইছিল । । ওজ-পালিবোৰৰ
ব। প্রিয় বেউলা লথিাৰ আদিৰ গীতবে৷ৰো বৰ পুৰণি কলীয়া
নে প্যাগ । মুকবি নাৰায়ণ আৰু জুৰ্গাবৰৰ বেউলাৰ গীত
শঙ্কৰদেৱৰ আগেয়েই ৰচিত হোৱা । বুগি ভাবিবৰ কাৰণ থক।
যেন লাগে। ছৰ্গাবৰ কবিয়ে ৰামায়ণ পুথিকে গীতৰ আকাৰত
ভাঙি উলিয়াইছিল। । গাতৰ আকাৰত পুথি লেখা তেতিধাৰ
দিনৰ প্রচলিত এীতি আছিল। পুৰণি কামৰূপৰ ভাটি অঞ্চলত
পীতাম্বৰ নামে কবি এজন আছিল। । তেওঁ শঙ্কৰদেৱৰ সমসাময়িক
হলেও তেওঁৰ প্ৰভাৱৰ বাহিৰত আাছিল। তেওঁৱে গীতৰ
আকাৰত কাব্য ৰচনা কৰিছিল । তেওঁৰ “উষাপৰিণয়” গীত
পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৪৯
Jump to navigation
Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
