পৃষ্ঠা:শঙ্কৰদেৱ.pdf/১৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১৩২ শঙ্কৰদেৱ । । হঃৰ ॥ অৰুণ অধৰ চাৰু দশনৰ শাৰী। কন্ধন কেয়ুৰ ৰঞ্জে । মহ! ভুজ চাৰি । অপাদলম্বিত পঞ্চবর্ণ বনমালা। কতিটে পঞ্চৰত্নে প্রকাশে মেখলা । পদপঙ্কজ ই জল প্ৰত্নৰ নূপুৰ ।.. . ধাৰ ক্ৰীড়াশু ইটো তিনিয়ো জগত ॥" ব্ৰহ্মা, বিষ্ণু, শিৱ আৰু ত্ৰিজগতেৰে সৈতে এই ব্ৰহ্মাণ্ড সৃষ্টিকৰ্ত্তা য’ৰ প্ৰতি লোমকূপত একো একো0। এন্ধ। , সেই জ তা সাদ- পুৰুষৰ চিত্ৰপট না (মধ যেন, ‘বজুলী সঞ্চবশৰীৰত পীত বাস | মহা মনোন, ব্ৰহ্ম কলৈ«, ভুবন মোহন বেশ *ৰত প্ৰত্নৰ কিৰাট অমূলা, নাল আকুঞ্চিত । কেশ | ভুল তিলক, ললাটত শোভে, অঃ।ক। পঙ্কতি কান্ত । প্রফল পদত, যেম । পৰি আছে, উত্তম মৰা পান্তি ॥ ক ‘চকৰ কৰ্ণে, মকৰ কুণ্ডল. ৰত্নে কৰে । জলমল তাহাৰ জেউতি, প্রকাশিত মতি, সুশোভন গণ্ডস্থল আছে মদনৰধনুক নিমস্তে, এড়ৰ দ্ধব । প্রকাশ। ঈষত হসিত বদন, নবন অ #৭ পঙ্কজ পাসি । না} তিল-ফুল, অধৰ ৰাতুতৃণ, দহ মু! তাৰ পান্তি । কচিৰ চিবুক, কণ্ঠত কেIন্তুe, নব আদিত্যৰ কান্তি । চাব ম: । বাছ লগি বলিতকতল কিশলয় । ক বুৰ কে খুব , কৰ্ষ বলয়, শোভা কৰে অতিশয় । শখ চক্র গদ ধ' দ্ম চাৰিহাতে ক{ৰ অতি জাতি স্কাৰ । বহল হৃদয় তাতে ৰত্নময় মণি মুকুতাৰ হাৰ। ৬ বক্ষস্থলে শোভে শ্ৰীবৎস পঙ্কতি, কটিত ব'ছু মেথল। । আপাদ লম্বিত স্বর্ণ পয়ৰ গলে বৈজয়ন্তী মালা ॥। কৰাকৰ সম উৰু নিৰুপম, শোটে । পাট পীত তুনি । অৰুণ চৰণে, বজ্ৰৰ নূপুৰে ৰুণু জুহ্ম কবে ধ্বনি । প্রকাশে অনুলি, সুবলিত নীল, চম্পাৰ পাকৰি নয় । প্রতি ।