পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ২ ] ইপিনে কোনেওৰা মজি বিহুৰ নি হালধিৰে গাধুব আৰু চামনি এখামোছ খাব পাব বুলি ভাবি নিজে অন্দ উপভোগ কৰাৰ লগতে অনিৰ আগত প্ৰকাশ কৰি আন দক মহা আনন্দত পৰিত কৰিছে। কোনওৰ। এজনে কৈ থাকোতেই নিজৰ বিহু সম্ব- হৃ’য় নাবলীৰ কথা মনতে আলটি সিজনৰ আন- দক • মাই গৈ নিজৰ লগা-গ। আনন্দ হৃদয় তাসনত বহুৱালে। লাহে লাহে ৰ'দ ঢানি উঠিল। লগে লগে নতুন বছৰৰ নবজাগৰণৰ ৰোলও কাণত বাজিব ধৰিলে। সকলোৱে মথা হালধিৰে টোপোলা চুৰি- ৰাত বান্ধি নিজৰ নিজৰ গৰুবোৰ আগকৰি ৰং মনেৰে বাজ হল। পাঠক! আমি সিদিনাখন ফুলনিৰ মাজত দেখা পোৱা যুবকেও মনৰ দুখ বেজাৰক কাতি কৰি থৈ নব জাগৰৰণত যোগ দিলেছি। তেওঁ মনৰ উৎসাহেৰে িিঙ্গয়াই ৰিঙ্গিয়াই গাব ধৰিলে, নতুন উছাহে নব জাগৰণে, ভ্ৰমিছা মৰতত আজি,