পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


PLEASE HANDLE THE B00K GAREFULL | [৭] কুৰি বাই দুখে বোৰে ঘৰ ললে। নৰ বনুৱাববাৰে য'ৰে কাম-বন ত’তে লেই দিহা-দিহি গুছি গ'ল। ভগবান সূৰ্ণদেৱে দিনমানৰ কৰ্তব্য সমান কৰি জিৰণি লবৰ মনৰে অস্তাচলৰ নিজান গুহাত অশয় "নে। অইন কি চৰাই চিৰকতিবোৰে .।ৰালীৰ ভাত উলা হৈ উৰি উৰি বাহ ললে। চোৱাচোন, বিশ্ব জুৰি থকা পোহৰক পৰাজয় কৰি অন্ধকাৰে কেনে একছত্ৰী ৰজা হৈ বহিবৰ যো- কৰিছে। এনেস্থলত তোমাৰ ঘৰলৈ মনত নপৰেনে? বোধহয়, সুগন্ধি ফুলৰ মনমোহা গোন্ধে তোমাক ইয়ত ভুলই ৰাখিছে। থাকা, থাকা বাৰু। তামাৰ লাবণ্যময় দেহখনি ইয়াত যিমান শোভা পাইছে আন «ইত কেতিয়াও তেনে শোভা নেপায়। সুৱগাৰ সংযোগতহে সোণ বেছিকৈ জিলিকে। আকৌ ফুল গছৰপৰা ডিঙি নিয়া মানে ক্ষন্তেকো, সুখক আকৌ ক্ষন্তেকীয়া কৰি তোলা মাত্ৰ। এতেকে মোক বাধা দি তোমাৰ অনিদত বিঘিনি জমা নোখোজা”।