পৃষ্ঠা:লীলা-ভবদেব ভাগবতী.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অকণ অকণ লৰা-ছোৱালীৰ ৰা তিনিমূৰীয়া বুঢ়া- বুঢ়ীলৈকে সকলোৰে মনত তেওঁ গুণৰ মালিক। | তেওঁৰ হাত-ভৰি মোটা, গা আটিল আৰু সুগঠিত। যদিও তেওঁক অলপ ছুটি যেন দেখা যায়, তথাপি তেওঁ এজন নিয়মৰ মানুহ। বয়সে পঞ্চাশক দেও fি গৈছে, তথাপি তেওঁৰ গত বুঢ়া বয়সৰ অলপপ চিন-চাব ফুটি ওলোৱা নাই। ৰাজৰ টটি চেৰাই, তেওঁৰ পদূলিৰ সন্মুখত এখনি ফুলনি পোৱা যায়। কওঁতে শুনছে, ফুলান খনি পাতিবৰ হেননা ২০২৫ বছৰ হৈছে। তাৰ ফুল গছবোৰৰ কিছুমান যদিও বহুদিনী , কিছুমান আকৌ নতুনকৈ ৰোৱা যেন দেখা যায়। ফুলখিনি চহৰৰ ফুলনিৰ দৰে জকুমকীয়া আৰু পৰিপাটকে সজোৱা নহলেও, গাৱলীয় ফুলবিোৰৰ ভিতৰত ভালেই' বুলিব লাগে। সুগন্ধি ফুলও নাই বুলিব নোৱাৰি। তৰুৱা কদম আৰু কৰবিল জুপিৰ। ফুলনিৰ কাণত থকা পুখুৰটিৰ পানীত কৰে। পুখুৰীটি ফুলনিৰ উত্তৰ ফালে—না সৰু না ডাঙ্গ। পুখুৰীটিলৈ যাবলৈ ফুলনিৰ ঠিক মাগেদি এটি নিচেই