পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তলসৰা ফুল।


মূলা গাভৰু।

“সমীৰণে স’তে মিলি তযু কীৰ্ত্তি-গীত
আকাশ-মাৰ্গত উঠি ক'ব দিগন্তক,—
ধন্য সেই জাতি, যাৰ কুলত জনম
মূলা বীৰ ৰমণীৰ, মুহিলা সখীৰ,
ৰণোন্মত্তা অঙ্গনাৰ,—স্বদেশৰ হেতু
কৰিলে যি প্ৰাণত্যাগ যৱন-যুদ্ধত।”

—সপ্তম সৰ্গ ১১১ পিঠি।


শ্ৰীহিতেশ্বৰ বৰবৰুৱা।

৵৹