পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
॥৴৹


(XI)

 .....স্ত্ৰী জাতিৰ আদৰ্শ, সতীকুলৰ পাৰিজাত ফুল, অসমীয়াৰ গৌৰৱ ৰত্ন, সতীত্বৰ জ্বলন্ত উদাহৰণ, — পতি প্ৰেমৰ মন মুগ্ধকৰ ছবি,ৰাণী জয়মতীৰ অপূৰ্ব্ব অথচ প্ৰকৃত কাহিনী ইয়াত বৰ্ণিত হইছে।* * *এনে কোনো পাষাণ হৃদয় মানুহ নাই, যোনে সতীৰ মৰ্ম্মভেদী ৰোদন,নিদাৰুণ যন্ত্ৰণা, আৰু নানা দুৰ্গতিৰ কথা পঢ়ি, নৃশংস চাওদাঙৰ পাশৱিক অত্যাচাৰ আৰু পাষণ্ডোচিত প্ৰহাৰৰ কথা পঢ়ি চকুৰ পানী নেফেলাব। এনে স্বৰ্গীয়া সতীৰ স্মৃতি চিহ্ণ সকলোৰে মনত সদাই জাগ্ৰত থাকিব,— আৰু সতীৰ নিমিত্তে সকলোৰে প্ৰাণ চিৰকালে কান্দিব।* * * * * কাব্যত থাকা “আঁউশীৰ নিশা” “কল্পনা” “চকুলো” “নিয়ঁৰ” “কাল” আৰু “টোপনি”ৰ বৰ্ণনা যেনে স্বাভাবিক, তেনে মনমুগ্ধকৰ,যেনে নতুন তেনে গভীৰ আৰু যেনে সৰল তেনে সত্য।”

আসাম বান্ধৱ—৫ম বছৰ, ১০ম সংখ্যা।


আভাস কাব্য।”

পকাবন্ধা।৵৹।
কেছাবন্ধা।৹।

 তেজপুৰ বাৰৰ এজন বি, এল উকিলে লিখিছে :-

 "Your pamphlet is a beautiful rosary of the loveliest and choicest gems appealing at once to feeling and heart. It is an invaluable collection fit to be possessed as a valuable treasure by all ladies and young girls. I