পৃষ্ঠা:যুদ্ধক্ষেত্ৰত আহোম ৰমণী.pdf/২২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৷৹

(VII.)

  “...এই প্ৰথম কিতাপতে তেওঁ যে এজন ভাল লেখক তাৰ যথেষ্ট চিন পোৱা গৈছে। এনে বিধৰ কিতাপ অসমীয়া সাহিত্যত বৰ বিৰল,সেই বাবে এনে বিধৰ কিতাপ বাঢ়ে মানে আমি সন্তোষ পাওঁ।”

আসাম বিলাসিনী (2nd Series) ১ম বছৰ — ৯ম সংখ্যা।

(VIII.)

 বিৰহিণী বিলাপ কাব্য” পঢ়ি এজন কৃতবিদ্য ভদ্ৰলোকে লিখিছে,—“My wife has taken such a liking to your “বিৰহিণী বিলাপ কাব্য" that she has committed to "memory the stanzas in full, and often recites them to me."

(IX.)

“* * * অন্তৰৰ আবেগ ফুলাবলৈ যে অসমীয়া ঘৰুৱা কথা বৰ শুৱলা, ইপাহিত ( বিৰহিণী বিলাপ কাব্যত ) তাৰ চিনাকি পোৱা গৈছে।”

ঊষা—৫ম ভাগ-৪ৰ্থ সংখ্যা।

(X.)

‘‘(বিৰহিণী বিলাপ কাব্যৰ ) ওপৰঞ্চিৰ ভিতৰুৱা “ভাইটি” “ভনীটি” “প্ৰাণৰ জিতেন” আৰু “প্ৰিয়তমা” এই কেইটা কবিতাৰ শোকৰ লোৱে আমাৰ চকুৰ লোও টানি নিছে। বাস্তবিকতে এই কেইটাই নতুন কবিৰ হৃদয়ৰ মৰ্ম্মস্পৰ্শী ভাব আৰু ভাষাৰ সুন্দৰ চিনাকি দিয়ে।”

বাঁহী—৪ৰ্থ বছৰ–৬ষ্ঠ সংখ্যা।