আমোল মোলীয়া হাতী-হিমেজুৰে জম্বু-কুঞ্জ-মাজে বই আহিছে যি নীৰ কৰিবাহে পান মেঘ পূৰ্ণ দেহ হই। দেহ গুৰু ছলে নোৱাৰে পবনে কৰিবকে লটি ঘটি, গুৰুৰ সন্মান লঘুৰহে নাই জানিবা প্ৰকৃত নীতি।