“নবেল প্ৰাইজ’’ অধিকাৰী হলা ইবেলি তুমি ৰবি কবিবৰ; ভাৰত ভাগ্যত ন দিন ঘটালা তুমি বাণীকৃপাপ্ৰাপ্ত বৰ। পূজিম ভূষিম কিহৰে ধৰিম ই মহান ভব কীৰ্ত্তিমান; আন্তৰিক শ্ৰদ্ধা ভক্তি আনুৰাগ বিনে সম্বল আছে কি আন।
৪৩