—মূৰলী—
উৰি আহি কথমপি, মোৰ কাষতেই থাকি, সখি বুলি মাতিলেই দেখা আহি দিম; নেথাকিব দুখ লেশ, দৰ্শিলে তোমাৰ বেশ, লগে ভাগে দুয়ো থাকি দুয়ো উমলিম।
১১