পৃষ্ঠা:মূলা-গাভৰু.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ২২ ] কৈছা! তেওঁৰ নিচিন| শুৱনি ৰজাৰ নিজৰ লৰাৰ ভিতৰত এজনো নাই। দেখিবলৈ যেনে, বল বুদ্ধিতে! ভেনে। অ! তেনেহলে তোৰ চকুত লাগিছে। ভালক ভাল বুলিলে কিবা দায় লাগেনে কি! দেখিলে ভোক পিয়াহ হৰে চাগৈ। মু। জ৷ সেইবোৰ কথাৰ ভু আমি নেপাওঁ দেও! শুৱনি মানুহ দেখিলে ভোক পিয়াহ হৰাৰ কথা তোমালোকেহে জানা। মূ! জ। মু। এৰা! ভাল বস্তু দেখিলে কোনোৰ ভোক পিয়াহ হবে। কাৰও আকৌ খাবৰহে মন যায়। জ। 'লুভীয়া মানুহৰ যায় তো। এটাইবে যন একেনে কি! পাপীৰ হে সদায় পিঠাত মন। মোৰ কথাত বো পাইছনে কি? পামতো! কি নো তুমি চিন্নাৰে চিয়াৰে কথাবোৱ মৃ৷ জ। কৈছা হে! (ললিতাৰ প্ৰবেশ) ল। সখি আহি এইখিনি পালাছি। মই তোমাক বচাৰি হাবাথৰি খাই ফুৰিছোঁ। জ। কিয় সখি? কি হৈছে! ( ললিতাই কানে কানে কিন্তু কথা কয় ) মু। কি হৈছে! বৰ কথাটো সুধিছ! কোনোবাই তৰোৱাল খেল চাবলৈ মাতি পঠিয়াইছে!