পৃষ্ঠা:মূলা-গাভৰু.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বজাব চ'ৰা ঘৰ। মূলা-গাভৰু। 18-05-14 প্ৰথম অঙ্ক। প্ৰথম পট। স্বৰ্গনাবায়ণ সিংহাসনত। লগত দুজন গান বিষয়। ( দুৰব্বী বৰুৱা প্ৰবেশ ) দুঃ বঃ। (আঠু লৈ ) বৰ গোহাঁই ডাঙৰীয়া আহি আছে ৰৈ বাহিৰত। স্বৰ্গদেৱক দেখা পাব বুলি। স্বঃ। আনা মাতি অতি শীঘ্ৰে। ( দুৰবী বৰুৱা চাও বব গোহাঁইক লৈ আহে গৈ, চাও বব গোহাঁই মূব দোঁৱাই প্ৰণাম কৰে ) কেঁাঁৱা মন্ত্ৰীদেও কি আছে বাতৰি। কেনে আছে প্ৰজাসৱ মোৰ।