পৃষ্ঠা:মুক্তাৱলী.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
—মুক্তাৱলী
 

(১২১)
ক্ষমা দয়া প্ৰেম আৰু
সজ আচৰণৰ গুণত
বিনয়ত শুশ্ৰূষাত
বশ হয় সমস্ত জগত।

⸺⸺