পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
মিৰি-জীয়ৰী

 পানেই-জঙ্কিৰ প্ৰণয়ৰ বিষময় ফল ফলিল। টকাৰ লোভে কি কৰে—ইয়াকো বুঢ়া তামেদে ভাল শিক্ষা পালে। আমাৰ হতভাগিনী মিৰি-জীয়ৰীৰ দুঃখ লগা কাহিনী খতম কৰিলোঁ। আশাকৰোঁ ইয়াতে এতিয়াৰ পৰা মিৰিৰ ঘৰে ঘৰে সুফল ফলিব।