পৃষ্ঠা:মাটিৰ মালিতা.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গোটমৰা বগা পানীৰ
বিস্তাৰিত আয়তনে ফালে
ক’লা গ্ৰেনাইটৰ কলিজা
বিশাল ক’লা অতীত ভৱিষ্যক
বলাৎকাৰ কৰে
ক্ষন্তেকীয়া বগা বৰ্তমানে।

সেয়ে ক’লাৰ কুটুম মই
বেঁকাকৈ ক’ব পাৰি আন্ধাৰৰো।

৫৪ মা টি ৰ মা লি তা